• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় বায়ুসেনাই আজি অন্তৰ্ভুক্ত কৰিব Apache AH-64E(I) আক্ৰমণকাৰী হেলিকপ্টাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2019 10:33 am
apache

ফটো উৎস : ইন্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বায়ুসেনা বাহিনীৰ অধুনিকীকৰণত একবৃহৎ পদক্ষেপ গ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত Apache AH-64E(I) হেলিকক্টাৰ মঙলবাৰে চণ্ডীগড়ত ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত কৰা হ’ব।

ভাৰতীয় বায়ুসেনা বাহিনীয়ে ইয়াৰ টুইটাৰত লিখিছে যে ৩ ছেপ্টেম্বৰত পাঠানকোটৰ ভাৰতীয় বায়ুসেনা বাহিনীত Apache AH-64E(I) হেলিকপ্টাৰ সংযোজন কৰা হ’ব।

ভাৰতীয় বায়ুসেনা বাহিনীয়ে টুইটাৰত এটা চাৰি মিনিটৰ ভিডিঅ’ও মুকলি কৰিছে।

#NewInduction: Glimpses of AH-64E Apache attack helicopter’s maiden flight at AFS Hindan.
The helicopter is planned to be inducted into the IAF on 03 Sep 19 at AFS Pathankot. pic.twitter.com/UYiSrEfOsg

— Indian Air Force (@IAF_MCC) September 2, 2019

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙে এই অনুষ্ঠানত উপস্থিত থাকিব।

বিগত ২০১৫ চনত ভাৰতে ইয়াৰ আক্ৰমণৰ সক্ষমতা বৃদ্ধি কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিষয়ৰ বৃহৎ কোম্পানী ব’য়িঙৰ সৈতে ১.১ বিলিয়ন ডলাৰৰ এখন চুক্তি স্বাক্ষৰ কৰিছিল।

ভাৰতীয় বায়ুসেনাই বৰ্তমান ছোভিয়েট মূলৰ সমৰসজ্জিত হেলিকপ্টাৰ  Mi-25আৰু Mi-35 ব্যৱহাৰ কৰি আছে।

এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে ব’য়িঙে ইতিমধ্যে যোগান ধৰা প্ৰথম আপচে’ স্কোৱাড্ৰনত অঠখন হেলিকপ্টাৰ থাকিব।

ব’য়িঙে ২০২০ চনৰ ভিতৰত ২২ খন হেলিকপ্টাৰ যোগান ধৰিব। ইয়াৰে চাৰিখন পাঠানকোটৰ বায়ুসেনা ঘাটিত ৰখা হ’ব। এই ঘাটিটো পাকিস্তানৰ সীমান্তৰ পৰা মাত্ৰ কেই কিলোমিটাৰমান দূৰত অৱস্থিত আৰু এটা প্ৰধান বায়ুসেনাৰ ঘাটি।

ভাৰতীয় বায়ুসেনা বাহিনীত অন্তৰ্ভুক্ত হ’বলগীয়া আপচে’ হেলিকপ্টাৰ আমেৰিকা যুক্তৰাষ্ট্ৰত নিৰ্মিত দ্বিতীয়খন হেলিকপ্টাৰ।

ভাৰতীয় বায়ুসেনাই ইতিমধ্যে যোৱা ২৫ মাৰ্চত ব’য়িং  CH-47F (I) Chinook heavy-liftহেলিকপ্টাৰ অন্তৰ্ভুক্ত কৰিছে।

যোৱা ২৫ মাৰ্চত এয়াৰ চীফ মাৰ্শ্বাল বি এছ ধানৱাই চণ্ডীগড়ত Chinook heavy-lift হেলিকপ্টাৰ আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত কৰা এক অনুষ্ঠানত পৌৰহিত্য কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

কেম্পাছত তাণ্ডৱ! শিলচৰ এন আই টিৰ পৰা বহিষ্কৃত ৫ বাংলাদেশী ছাত্ৰ; এৰিব লাগিব দেশ

September 16, 2025 10:32 am
মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

প্ৰকৃতিৰ তাণ্ডৱ হিমাচল-উত্তৰাখণ্ডত! ডাৱৰ বিস্ফোৰণ আৰু বানপানীত মৃত্যু ৩ জনৰ

September 16, 2025 11:13 am
বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

বানৰ কবলত বিশ্বনাথ, ৫০০ৰো অধিক পৰিয়ালে হেৰুৱাই ঘৰ-বাৰী

September 16, 2025 10:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd