• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 5:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় অপেনিং বেটছমেন ৰোহিত শৰ্মা্ৰ টেষ্ট ৰেংকিঙত কেৰিয়াৰৰ আটাইতকৈ শীৰ্ষতম স্থানত উপনীত হৈছে।

শেহতীয়াকৈ প্ৰকাশ কৰা টেষ্ট ৰেংকিংখনত ৰোহিত শৰ্মাই পূৰ্বৰ ১৪ নম্বৰ স্থানৰ পৰা ৮ নম্বৰ স্থানত উপনীত হৈছে।

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাটোৰ দ্বিতীয়খন মেচত কৰা ১৬১ ৰাণৰ দুৰ্দান্ত ইনিংছটোৰ বাবেই ৰোহিতে এই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পাছতে তৃতীয়খন মেচৰ দ্বিতীয় ইনিংছত ৬১ ৰাণৰ বৰঙনি যোগাবলৈ সক্ষম হয়।

এতিয়ালৈকে শৃংখলাটোৰ ৩খন মেচত অপেনিং বেটছমেন হিচাপে অংশ লৈ তেওঁ মুঠ ২৯৮ ৰাণ কৰিবলৈ সক্ষম হৈছে।

এইক্ষেত্ৰত ৰোহিতে সতীৰ্থ বেটছমেন চেতেশ্বৰ পুজাৰাক ১০ নম্বৰ স্থানলৈ পিচুৱাই পঠায়।

ৰোহিতৰ পূৰ্বে ৮ নম্বৰ স্থানত আছিল পুজাৰা। কিন্তু চলিত শৃংখলাটোত পুজাৰাই বিশেষ বৰঙণি আগবঢ়াবলৈ সক্ষম হোৱা নাই।

ৰেংকিঙৰ শীৰ্ষ দহত আন এজন ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে পঞ্চম স্থান অক্ষুণ্ণ ৰাখিছে।

নিউজিলেণ্ডৰ কেন উইলিয়ামছন, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ, মাৰনুছ লাবুচেনে আৰু ইংলেণ্ডৰ জ’ ৰুটে ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান অক্ষট ৰাখিছে।

আনহাতে বলিং ৰেংকিঙত ভাৰতীয় অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বীনে এটা স্থান আগুৱাই গৈ ৩ নম্বৰ স্থানত উপনীত হৈছে।

চলিত টেষ্ট শৃংখলাটোত তেওঁ সৃষ্টি কৰা স্পীনৰ যাদুৰ বাবেই এই সফলতা লাভ কৰিছে।

ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাটোত তেওঁ বৰ্তমানলৈকে ২৪টাকৈ উইকেট হস্তগত কৰি চমক সৃষ্টি কৰিছে।

ৰেংকিংখনত অশ্বীনেই হৈছে একমাত্ৰ স্পীনাৰ, যি ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

আনহাতে, শৃংখলাটোৰ দ্বিতীয় টেষ্টৰ দ্বাৰা নিজৰ টেষ্ট কেৰিয়াৰৰ অভিষেক ঘটোৱা অক্ষৰ পেটেলেও পূৰ্বৰ ৩৮সংখ্যক স্থানৰ পৰা ৩০ নম্বৰ স্থানত উপনীত হৈছে।

ইতিমধ্যে অক্ষৰে ২খন টেষ্ট মেচ খেলিয়ে ১৮টাকৈ উইকেট লাভ কৰিছে।

শীৰ্ষ দহৰ ৯ নম্বৰ স্থানত ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে নিজৰ স্থান অক্ষট ৰাখিছে।

আনহাতে অষ্ট্ৰেলিয়াৰ পেট কামিনছে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

২৬ জনৰ জীৱনতকৈ টকা বেছি গুৰুত্বপূৰ্ণ! ভাৰত-পাকিস্তানৰ মেচক লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা ওৱেইচিৰ

September 14, 2025 2:42 pm
চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

চেন্নাইত অসম স্পিৰিচুৱেল ছ’চাইটীৰ উদ্যোগত দুৰ্গা পূজা ২০২৫-ৰ আয়োজন

September 14, 2025 2:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

সংবাদ কৰ্মীৰ ওপৰত আক্ৰমণ! অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ জাননী

September 14, 2025 4:10 pm
ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

ইউনেস্ক’ৰ আংশিক তালিকাত ভাৰতৰ সাতটা প্ৰাকৃতিক ঐতিহ্য! কোন কেইখন ক্ষেত্ৰই পালে এই মৰ্যাদা?  

September 14, 2025 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd