• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আইচিচি টেষ্ট ৰেংকিং : কেৰিয়াৰৰ শীৰ্ষতম স্থানত উপনীত ৰোহিত শৰ্মা, আগুৱালে অশ্বিন-অক্ষৰো

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 5:24 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় অপেনিং বেটছমেন ৰোহিত শৰ্মা্ৰ টেষ্ট ৰেংকিঙত কেৰিয়াৰৰ আটাইতকৈ শীৰ্ষতম স্থানত উপনীত হৈছে।

শেহতীয়াকৈ প্ৰকাশ কৰা টেষ্ট ৰেংকিংখনত ৰোহিত শৰ্মাই পূৰ্বৰ ১৪ নম্বৰ স্থানৰ পৰা ৮ নম্বৰ স্থানত উপনীত হৈছে।

Apply Now

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাটোৰ দ্বিতীয়খন মেচত কৰা ১৬১ ৰাণৰ দুৰ্দান্ত ইনিংছটোৰ বাবেই ৰোহিতে এই অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ পাছতে তৃতীয়খন মেচৰ দ্বিতীয় ইনিংছত ৬১ ৰাণৰ বৰঙনি যোগাবলৈ সক্ষম হয়।

এতিয়ালৈকে শৃংখলাটোৰ ৩খন মেচত অপেনিং বেটছমেন হিচাপে অংশ লৈ তেওঁ মুঠ ২৯৮ ৰাণ কৰিবলৈ সক্ষম হৈছে।

এইক্ষেত্ৰত ৰোহিতে সতীৰ্থ বেটছমেন চেতেশ্বৰ পুজাৰাক ১০ নম্বৰ স্থানলৈ পিচুৱাই পঠায়।

ৰোহিতৰ পূৰ্বে ৮ নম্বৰ স্থানত আছিল পুজাৰা। কিন্তু চলিত শৃংখলাটোত পুজাৰাই বিশেষ বৰঙণি আগবঢ়াবলৈ সক্ষম হোৱা নাই।

ৰেংকিঙৰ শীৰ্ষ দহত আন এজন ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে পঞ্চম স্থান অক্ষুণ্ণ ৰাখিছে।

নিউজিলেণ্ডৰ কেন উইলিয়ামছন, অষ্ট্ৰেলিয়াৰ ষ্টিভ স্মিথ, মাৰনুছ লাবুচেনে আৰু ইংলেণ্ডৰ জ’ ৰুটে ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ স্থান অক্ষট ৰাখিছে।

আনহাতে বলিং ৰেংকিঙত ভাৰতীয় অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বীনে এটা স্থান আগুৱাই গৈ ৩ নম্বৰ স্থানত উপনীত হৈছে।

চলিত টেষ্ট শৃংখলাটোত তেওঁ সৃষ্টি কৰা স্পীনৰ যাদুৰ বাবেই এই সফলতা লাভ কৰিছে।

ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাটোত তেওঁ বৰ্তমানলৈকে ২৪টাকৈ উইকেট হস্তগত কৰি চমক সৃষ্টি কৰিছে।

ৰেংকিংখনত অশ্বীনেই হৈছে একমাত্ৰ স্পীনাৰ, যি ভাৰতক প্ৰতিনিধিত্ব কৰিছে।

আনহাতে, শৃংখলাটোৰ দ্বিতীয় টেষ্টৰ দ্বাৰা নিজৰ টেষ্ট কেৰিয়াৰৰ অভিষেক ঘটোৱা অক্ষৰ পেটেলেও পূৰ্বৰ ৩৮সংখ্যক স্থানৰ পৰা ৩০ নম্বৰ স্থানত উপনীত হৈছে।

ইতিমধ্যে অক্ষৰে ২খন টেষ্ট মেচ খেলিয়ে ১৮টাকৈ উইকেট লাভ কৰিছে।

শীৰ্ষ দহৰ ৯ নম্বৰ স্থানত ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহে নিজৰ স্থান অক্ষট ৰাখিছে।

আনহাতে অষ্ট্ৰেলিয়াৰ পেট কামিনছে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

শ্ৰীকাকুলামৰ গান্ধী মন্দিৰ: য’ত আজিও সজীৱ হৈ আছে অহিংসা আৰু স্বাধীনতা সংগ্ৰামৰ স্মৃতি

August 15, 2026 8:50 pm
চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

চৰকাৰৰ সাহস-সদিচ্ছাৰ অভাৱত আজিও সম্পূৰ্ণকৈ ৰূপায়ণ নহ’ল অসম চুক্তি, সমাধান নহ’ল বিদেশী সমস্যাৰ

August 15, 2026 7:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

হৰমুজ প্ৰণালীক লৈ আমেৰিকা আৰু ইৰাণৰ মাজত তীব্ৰ বাকযুদ্ধ; ট্ৰাম্পৰ দাবীক মিছা আখ্যা ইৰাণ সেনাৰ 

August 15, 2026 10:04 pm
আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

আগ্ৰাত ভয়ংকৰ কাণ্ড: চেলফি উঠাৰ চলেৰে নিজৰ এবছৰীয়া কন্যাক যমুনাত পেলালে পিতৃয়ে

August 15, 2026 9:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd