• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইডিয়াৰ মহিলাৰ সুৰক্ষা সেৱা ‘আইডিয়া সখী’ মুকলি

এন ই নাও নিউজ by এন ই নাও নিউজ
March 9, 2019 11:09 am
আইডিয়া সখী সেৱাৰ ইণ্টাৰনেটৰ পৰা সংগৃহীত আলোকচিত্ৰ

আইডিয়া সখী সেৱাৰ ইণ্টাৰনেটৰ পৰা সংগৃহীত আলোকচিত্ৰ

457
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত আইডিয়াই কৰ্মক্ষেত্ৰত নাৰী সকলৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি ‘আইডিয়া সখী’ নামৰ নতুন ম’বাইলভিত্তিক সুৰক্ষা সেৱা মুকলি কৰে।

ঘৰৰ পৰা বহিৰত কাম কৰা মহিলা সকলৰ নিৰাপত্তাৰ দিশটোক উদ্দেশ্য কৰি মুকলি কৰা এই নতুন পৰিসেৱাবিধ আইডিয়াৰ প্ৰিপেইড বা পষ্টপেইড গ্ৰাহক সকলে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব।

আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা দেশৰ নাৰীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আইডিয়াই অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখন আৰু ভাৰতবৰ্ষৰ আন প্ৰান্তৰ বাবে মুকলি কৰিছে এই পৰিসেৱা।

উল্লেখযোগ্য যে, ‘আইডিয়া সখী’ ৰ জৰিয়তে ইয়াৰ গ্ৰাহক উপভোক্তাই নিজৰ স্মাৰ্টফোনযোগে জৰুৰী কালীন সংকে, জৰুৰীকলীন বেলেন্স আদি সেৱা সমূহ লাভ কৰিব।

ভোডাফোন আইডিয়া লিমিটেড অভিযানৰ সঞ্চালক অৱনীশ খোছলাই নতুন পৰিসেৱাবিধ মুকলি কৰি কয় যে ভাৰতবৰ্ষৰ নাৰীসকলৰ সুৰক্ষাৰ প্ৰতি বৃহত্তৰ টেলিক’ম নেটৱ’ৰ্ক বিচাপে আমি দায়বদ্ধ আৰু এইক্ষেত্ৰত আমি প্ৰযুক্তিগত সহায় সমূহ লৈ আগবাঢ়ি যোৱাৰ বাবে বদ্ধপৰিকৰ।

Recent News

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

বিশ্বৰ আটাইতকৈ দামী যুঁজাৰু বিমান যান্ত্ৰিকভাৱে বিকল, জৰুৰীকালীন অৱতৰণৰ ৪৮ ঘণ্টাৰ পাছতো কেৰালাত আবদ্ধ

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd