• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2025 1:50 pm
57
VIEWS
Share on FacebookShare on Twitter

জে এন ইউ, জামিয়াই তুৰ্কীৰ সকলো বিশ্ববিদ্যালয়ৰ সৈতে হোৱা সকলো চুক্তি বাতিল কৰাৰ পিছতে। এইবাৰ আই আই টি বম্বায়ে তুৰ্কীৰ বিশ্ব বিদ্যালয়ৰ সৈতে হোৱা বুজাবুজি চুক্তি বাতিল কৰিছে। শিক্ষানুষ্ঠানখনৰ কৰ্তৃপক্ষই শনিবাৰে ইয়াৰ এক্স হেণ্ডেলত এক পোষ্টযোগে এই কথা ঘোষণা কৰে।

ভাৰত-পাকিস্তান সংঘাতৰ সময়ত পাকিস্তানক তুৰ্কীয়ে প্ৰতক্ষ্য ভাবে সমৰ্থন আগবঢ়োৱা বাবে তুৰ্কীক বৰ্জন কৰিছে।  ইয়াৰ প্ৰতিবাদত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে প্ৰথমে তুৰ্কীৰ ইনোনু বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল কৰে। জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও তুৰ্কীৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ সৈতে হোৱা চুক্তি বাতিল কৰাৰ সিদ্ধান্ত লৈছে। এইবাৰ আই আই টি বম্বাইও একে সিদ্ধান্ত গ্ৰহণ কৰিছে।

দেশখনৰ প্ৰধান প্ৰযুক্তি শিক্ষা প্ৰতিষ্ঠানটোৱে নিজৰ এক্স হেণ্ডেলত লিখিছে যে তুৰ্কীৰ সৈতে ৰাজনৈতিক সম্পৰ্কৰ বাবে তুৰ্কীৰ বিশ্ববিদ্যালয়সমূহৰ সৈতে হোৱা সকলো চুক্তি আপাততঃ বাতিল কৰা হৈছে। পৰৱৰ্তী জাননী নিদিয়ালৈকে এই সিদ্ধান্ত প্ৰযোজ্য হৈ থাকিব।

অপাৰেচন হিন্দূৰৰ পিছত তুৰ্কী চৰকাৰে পাকিস্তান সেনাবাহিনীৰ সৈতে সহযোগিতা কৰাৰ অভিযোগ উত্থাপন হৈছিল। ভাৰতৰ পৰা পোৱা সকলো সহায় পাহৰি যুদ্ধৰ মাজতে তুৰ্কী চৰকাৰে ড্ৰোন প্ৰদান কৰি পাকিস্তানক সহায় কৰিছিল। পাকিস্তানলৈ সৈন্য প্ৰেৰণৰ অভিযোগো উত্থাপন হৈছে। ইয়াৰ পিছতে ভাৰত চৰকাৰে দেশখনৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ অধিকাংশ বিমানবন্দৰ পৰিচালনা কৰা তুৰ্কী কোম্পানী চেলেবিৰ সৈতে হোৱা সকলো চুক্তি বাতিল কৰাৰ কথা ঘোষণা কৰে। তুৰ্কী বিশ্ববিদ্যালয়সমূহৰ সৈতে হোৱা চুক্তিও বাতিল কৰিছে ভাৰতৰ আগশাৰীৰ বিশ্ববিদ্যালয় সমূহে।

Recent News

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

দেশৰ ভিতৰতে মৌন ৯ জন সাংসদৰ তালিকাত থকা প্ৰদান বৰুৱাই স্থান পালে সৰ্বদলীয় প্ৰতিনিধি দলত!

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

জে এন ইউ, জামিয়াৰ পদাংক অনুসৰণ কৰি তুৰ্কীৰ বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি বাতিল কৰিলে  আই আই টি বম্বে

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

TETৰ ফলাফল প্ৰকাশত বিলম্বঃ হতাশাত ভুগিছে ৰাজ্যৰ হাজাৰ হাজাৰ পৰীক্ষাৰ্থী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd