• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফলৰ আৱৰ্জনাক শক্তিশালী পানী বিশুদ্ধকৰণলৈ ৰূপান্তৰিত কৰাত সফলতা অৰ্জন আই আই টি-গুৱাহাটীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 25, 2025 3:22 pm
167
VIEWS
Share on FacebookShare on Twitter

আই আই টি গুৱাহাটীৰ গৱেষকসকলে ফলৰ আৱৰ্জনাসমূহৰ পৰা আহৰণ কৰা বায়’চাৰ ব্যৱহাৰ কৰি উদ্যোগিক বর্জ্য পানীৰ পৰা বিপজ্জনক প্রদূষক আঁতৰোৱাৰ এক কম খৰচী আৰু বহনক্ষম পদ্ধতি উদ্ভাৱন কৰিছে৷

অধ্যাপক গোপাল দাসৰ নেতৃত্বত চলা এই গৱেষণাৰ লক্ষ্য হৈছে নাইট্ৰ’এৰ’মেটিক যৌগ, যিবোৰ ৰং, ঔষধ আৰু প্ৰসাধন সামগ্ৰীৰ দৰে উদ্যোগৰ বর্জ্য পানীত থকা বিষাক্ত প্রদূষক নিষ্কাষণ  কৰা৷ দলটোৱে আনাৰসৰ কুঁহি আৰু মৌচুমি টেঙাৰ আঁহ ব্যৱহাৰ কৰি পাইৰ’লাইছিছৰ জৰিয়তে বায়’চাৰ সৃষ্টি কৰিছিল, যিয়ে ৪-নাইট্ৰ’ফিনল নামৰ সাধাৰণ দূষক পদাৰ্থ শোষণ কৰাত ফলপ্ৰসূ বুলি প্ৰমাণিত হৈছিল।

বায়’চাৰ পদ্ধতিয়ে কম খৰচি আৰু পৰিৱেশ অনুকূল বিকল্প ব্যৱস্থা আগবঢ়াই। ইয়াৰ উপৰিও বায়’চাৰক একাধিকবাৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি, যাৰ ফলত এই প্ৰক্ৰিয়াটো স্থায়ী হৈ পৰিব।

কেমিকেল ইঞ্জিনিয়াৰিং ছায়েন্সত প্ৰকাশিত এই গৱেষণাত গ্ৰাম্য পানী বিশুদ্ধকৰণ আৰু পৰিৱেশ উন্নয়নৰ প্ৰচেষ্টাত এই প্ৰযুক্তি ব্যৱহাৰৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰা হৈছে।

পৰৱৰ্তী পদক্ষেপসমূহৰ ভিতৰত পৰিৱেশৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ বাণিজ্যিক উৎপাদনৰ সম্ভাৱনাকে ধৰি পৰীক্ষাগাৰৰ পৰিসৰৰ পৰীক্ষণ, ক্ষেত্ৰ পৰীক্ষা আৰু বজাৰৰ বৈধতা অন্তৰ্ভুক্ত কৰা হৈছে।

Recent News

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

“গমেই নাপালো, দিল্লীলৈ যাওঁ বুলি তাই পাকিস্তান পালেগৈ”, পাকিস্তানৰ এজেন্ট জ্যোতি মালহোত্ৰাৰ পিতৃৰ স্বীকাৰোক্তি

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

ইজৰাইলক যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান ব্ৰিটেইন, ফ্ৰান্স আৰু কানাডাৰ : প্ৰত্যুত্তৰত কি ক’লে নেতানিয়াহুৱে?

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

নিৰ্লজ্জ পাকিস্তান! যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতো জেনেৰেল অসীম মুনিৰক ফিল্ড মাৰ্শ্বাললৈ পদোন্নতি

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

ভয়ংকৰ ঘটনা : বন্ধুৰ গোপন অংগত পানীৰ পাইপ সুমুৱাই হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ২ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd