• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীৰ প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ কৃত্ৰিম বৰষুণৰ বাবে সাজু আই আই টি কাণপুৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2023 7:19 pm
546
VIEWS
Share on FacebookShare on Twitter

বায়ু প্ৰদূষণৰ চৰম মাত্ৰাত উপনীত হৈছে ৰাজধানী দিল্লী । এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ কেজৰিৱাল চৰকাৰে ইতিমধ্যে যাতায়তৰ ক্ষেত্ৰত ইভেন অড ফৰ্মুলা আৰম্ভ কৰিছে। বিদ্যালয়, মহাবিদ্যালয়সমূহেও বন্ধৰ দিন ঘোষণা কৰিছে। 

কিন্তু এই সকলোবোৰ কৰিযও প্ৰদূষণ হ্ৰাস কৰিব পৰা নাই চৰকাৰে। প্ৰদূষণ হ্ৰাস কৰিবৰ বাবে প্ৰয়োজন হৈছে বৰষুণৰ।  কিন্তু নৱেম্বৰ মাহত বৰষুণ দিয়াৰ সম্ভাৱনা অতি কম। 

গতিকে এইবাৰ আই আই টি, কাণপুৰে কৃত্ৰিম পদ্ধতিৰে বৰষুণৰ নমাই অনাৰ প্ৰস্তাৱ দিছে। 

আই আই টি, কাণপুৰৰ গৱেষকসকলে কয় যে তেওঁলোকে কৃত্ৰিম ডাৱৰ সৃষ্টি কৰি বৰষুণ নমাই আনিবলৈ সাজু।

আই আই টি কাণপুৰে যোৱা ৫ বছৰ ধৰি প্ৰদূষণ ৰোধৰ বাবে কৃত্ৰিমভাৱে ডাৱৰ সৃষ্টি কৰি কৃত্ৰিম বৰষুণৰ বিষয়টো লৈ কাম কৰি আহিছে। 

সূত্ৰ অনুসৰি যোৱা জুলাই মাহতো আই আই টি খনে ইয়াৰ পৰীক্ষাত সফল হৈছিল। এইবাৰ সামগ্ৰিকভাৱে দিল্লী আৰু সংলগ্ন এনচিআৰ অঞ্চলত প্ৰদূষণ ৰোধৰ বাবে কৃত্ৰিম বৰষুণ নমাই অনাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই। 

আই আই টি, কাণপুৰ কৰ্তৃপক্ষই কয় যে এই সন্দৰ্ভত ইতিমধ্যে ডি জি চি এৰ পৰা অনুমতি বিচৰা হৈছে। উল্লেখ্য যে, ডিজিচিএৰ বাহিৰেও কৃত্ৰিম বৰষুণৰ বাবে গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এছপিজিৰ পৰা একাধিক অনুমোদনৰ প্ৰয়োজন। 

অৱশ্যে যোৱা ছেপ্টেম্বৰ মাহত দিল্লীৰ পৰিবেশ মন্ত্ৰী গোপাল ৰায়ে কয় যে মহানগৰীত বায়ু প্ৰদূষণৰ বিৰুদ্ধে যুঁজিবলৈ শীতকালীন ব্যৱস্থা হিচাপে ডাৱৰ সৃষ্টিৰ প্ৰস্তুতি চলাইছে। কৃত্ৰিম বৰষুণে সাময়িকভাৱে প্ৰদূষণৰ পৰা কিছু সকাহ দিব পাৰে বুলি কয় আই আই টি কাণপুৰৰ অধ্যাপক মনিন্দ্ৰ আগৰৱালাই।

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ ডিএনএ পৰীক্ষাৰ দ্বাৰা নিশ্চিত মণিপুৰৰ লামনুন্থেম চিংছনৰ পৰিচয়

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

পিতৃ হত্যাৰ সাক্ষী ৯ বছৰীয়া কিশোৰ; প্ৰেমিকৰ সৈতে ষড়যন্ত্ৰ কৰি দুষ্কাৰ্য মাতৃৰ!

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

১৬ বছৰীয়া কিশোৰীৰ ৩৩ বছৰীয়া স্বামীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অমান্তি! পালেগৈ উচ্চতম ন্যায়ালয়, তাৰপাছত…

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ড: অভিযুক্ত সোণম ৰঘুবংশীৰ ভাতৃৰ নাৰ্কো টেষ্ট দিয়াত সন্মতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd