• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰ্বি আংলঙত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 22, 2023 5:29 pm
416
VIEWS
Share on FacebookShare on Twitter

অবৈধ কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাই বন বিভাগে কাৰ্বি আংলং জিলাৰ বৈঠালাংছ’ গাঁঁওৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

এই অভিযানত লাখ লাখ টকাৰ চেগুন আৰু গমাৰী কাঠকে ধৰি আন বহু মূল্যবান চোৰাং কাঠ জব্দ কৰিছে বন বিভাগে।

এই অভিযানৰ সময়ত বন বিভাগৰ বিষয়াসকলে AS09-C-8860 নম্বৰৰ এখন টাটা মোবাইল বাহনো জব্দ কৰে। এই গাড়ীখন চোৰাং কাঠ কঢ়িয়াই নিয়াৰ বাবে ব্যৱহাৰ কৰে বুলি অভিযোগ উত্থাপন হৈছে।

জব্দ কৰা কাঠ আৰু বাহনসমূহ অধিক তদন্ত আৰু আইনী প্ৰক্ৰিয়াৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক গতাই দিয়া হৈছে।

উল্লেখ্য যে যোৱা ২ এপ্ৰিলতো দক্ষিণ কামৰূপত ধাৰাবাহিক অভিযান চলাই গৰৈমাৰীত চোৰাং কাঠ আৰু এখন বাহনো জব্দ কৰিছিল বন বিভাগৰ লোকে।

Recent News

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

কম বয়সতে পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পায় কিয়? জানো আহক ১০ টা প্ৰধান কাৰণ

কম বয়সতে পুৰুষৰ যৌন ক্ষমতা হ্ৰাস পায় কিয়? জানো আহক ১০ টা প্ৰধান কাৰণ

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

প্ৰথমে সমকামী ডেটিং এপত বাৰ্তালাপ, হোটেললৈ মাতি নগ্ন ফটো তুলি ডাক্তৰক ব্লেকমেইলঃ সৰকালে ৮ লাখ টকা

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

জলিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি! ‘বাঙালী বিৰোধী’ আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd