• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১ জানুৱাৰীৰ ভিতৰত মণিপুৰত আই এল পি কাৰ্যকৰী হ’ব : মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 19, 2019 12:55 pm
N-Biren-Singh-1-570x320

মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেন সিঙৰ ফাইল ফটো

137
VIEWS
Share on FacebookShare on Twitter

অহা ১ জানুৱাৰীৰ ভিতৰত মণিপুৰত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা সম্পূৰ্ণভাৱে কাৰ্যকৰী কৰা হ’ব। মুখ্য মন্ত্ৰী এন বিৰেণ সিঙে বুধবাৰে ৰাজ্যখনৰ বিধানসভাত উত্থাপন হোৱা এক প্ৰশ্নৰ উত্তৰত এই কথা জনায়।

আই এল পিৰ সম্প্ৰসাৰণ ৰাজ্যখনৰ জনসাধাৰণৰ নেৰানেপেৰা প্ৰচেস্তাৰ ফল বুলি উল্লেখ কৰি তেওঁ কয়, ‘ৰাজ্যখনত আই এল পি সম্প্ৰসাৰণ কৰাৰ বাবে আমি কেন্দ্ৰৰ নেতাসকলৰ শলাগ লোৱা উচিত।‘

‘আমি আই এল পিৰ নীতি-নিয়ম সমূহৰ ওপৰত কাম কৰি আছো আৰু ইয়াক সোনকালেই সম্পূৰ্ণ কৰা হ’ব’, তেওঁ লগতে কয়।

মণিপুৰ চৰকাৰে সিংজোল, মৰে’, মাও, জিৰিবাম, জেছামি, বেইহাং, বীৰ টিকেন্দ্ৰজিৎ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি ৭-৮টা স্থানক প্ৰৱেশদ্বাৰ নিৰ্বাচন কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

ইয়াৰ উপৰি এতিয়ালৈকে অৰক্ষিত হৈ থকা কিছু কিছু অঞ্চলত আৰক্ষী থানা স্থাপন কৰিবলৈ আৰম্ভ কৰা বুলিও তেওঁ লগতে জনায়।

আনহাতে মণিপুৰত খিলঞ্জিয়া লোক নিৰুপনৰ ক্ষেত্ৰত ভিত্তি বৰ্ষ কি হ’ব বুলি প্ৰশ্ন কৰাত সিঙে কয়, ‘দেশজুৰি এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ইয়াক ঠিক কৰা হ’ব।‘

‘কেন্দ্ৰই সেউজ সংকেত দিয়াৰ লগে লগে আমি এন আৰ চি প্ৰক্ৰিয়া আৰম্ভ কৰিম’, তেওঁ কয়।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd