• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আই এছ এলৰ ছেমি : প্ৰথম অৰ্ধত প্ৰভাৱী খেলেৰে গুৰুত্বপূৰ্ণ অগ্রগতি নৰ্থ-ইষ্ট য়ুনাইটেডৰ

অধিনায়ক অগবেচেই আগ বঢ়াই দিয়া বল নেটত প্ৰৱেশ কৰায় মেঘালয়ী তাৰকা ৰীডীম লাঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 7, 2019 8:28 pm
Redeem Tlang
367
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে ছেমিত প্ৰৱেশ কৰা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি আই এছ এলৰ ২০১৮-১৯ ছিজনৰ প্ৰথমখন ছেমিৰ প্ৰথম অৰ্ধত শক্তিশালী আৰু শীৰ্ষস্থানৰ দল বাংগালুৰু এফ চিৰ বিৰুদ্ধে অগ্রগতি লাভ কৰি আছে।

ঘৰুৱা খেলপথাৰত প্ৰভাৱী খেলেৰে বিপক্ষক ব্যতিব্যস্ত কৰি ৰখা নৰ্থ-ইষ্ট য়ুনাইটেড কেইবাটাও আক্ৰমণৰ সূচনা কৰে। কেইবাটাও গ’লমুখী শ্বট লয় দলটোৱে।

ইয়াৰ মাজতে খেলৰ ২০ মিনিটত অধিনায়ক তথা নাইজেৰিয়ান তাৰকা অগবেচেই সঠিক সময়ত আগ বঢ়াই দিয়া বল নেটত প্ৰৱেশ কৰায় মেঘালয়ী তাৰকা ৰীডীম ত্লাঙে (Redeem Tlang)।

বল দখলৰ যুঁজতো লীগৰ শীৰ্ষস্থানৰ দলটোতকৈ আগ বাঢ়ি থাকে নৰ্থ-ইষ্ট য়ুনাইটেড। প্ৰথম অৰ্ধত নৰ্থ-ইষ্ট য়ুনাইটেডে ৫৮ শতাংশ বল দখল কৰি শক্তিশালী দলটোক বেকফুটলৈ ঠেলি দিয়ে।

ইপিনে ঘৰুৱা দৰ্শকে ঠাহ খাই পৰা ষ্টেডিয়ামৰ পৰা আজি নৰ্থ-ইষ্ট য়ুনাইটেডে নিৰন্তৰ লাভ কৰে অফুৰন্ত প্ৰেৰণা। বেনাৰ আদি লৈ দৰ্শকে দলটোক সঁহাৰি দি যায়।

প্ৰথম অৰ্ধত দুয়োটা দলেই এটাকৈ কৰ্নাৰ কিক পায় যদিও কোনোটোৱে তাক গ’লত পৰিণত কৰিব নোৱাৰিলে।

Recent News

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

উত্তৰ প্ৰদেশতো অবৈধ বাংলাদেশীৰ সমস্যা! মথুৰাত আটক ৯০ টা সন্দেহযুক্ত বিদেশী

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

মুম্বাই বিমানবন্দৰ আৰু তাজ হোটেলত বোমা আক্ৰমণৰ ভাবুকি; হাই এলাৰ্ট জাৰি, তদন্ত আৰম্ভ

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

শান্তি আলোচনাৰ পিছদিনাই যুযুধান ৰাছিয়া : ইউক্ৰেইনৰ যাত্ৰীবাহী বাছত ড্ৰ’ণ আক্ৰমণ, ৯ জনৰ মৃত্যু

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

বিদেশত সন্ত্ৰাসবাদ বিৰোধী স্থিতি দাঙি ধৰিবলৈ সৰ্বদলীয় প্ৰতিনিধি দলত কংগ্ৰেছৰ টীমত গৌৰৱ গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd