• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিবলৈ আহ্বান দিল্লী মহিলা আয়োগৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2023 12:56 pm
319
VIEWS
Share on FacebookShare on Twitter

দিল্লী মহিলা আয়োগে মণিপুৰ ভ্ৰমণৰ পৰা উভতি অহাৰ কিছুদিন পিছতে আয়োগৰ মুৰব্বী স্বাতী মালিৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি ৰাজ্যখনত চলি থকা হিংসাত্মক পৰিস্থিতিৰ ওপৰত অন্তৱৰ্তীকালীন পৰামৰ্শ বিচাৰি আবেদন জনাইছে।

হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন ব্যৱস্থা জৰুৰীভাৱে বলবৎ কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ পদত্যাগৰ বাবে ডিচিডব্লিউৱে আবেদন জনাইছে।

ৰাজ্যত সংঘটিত হোৱা জনগোষ্ঠীয় সংঘৰ্ষৰ মূল কাৰণ তদন্ত আৰু নিৰ্ণয়ৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰিবলৈও আয়োগে অনুৰোধ জনাইছে।

অন্তৱৰ্তীকালীন পৰামৰ্শসমূহৰ ভিতৰত আয়োগে প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ এটা দলক ৰাজ্যখনলৈ যাবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে দিল্লী মহিলা আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে তেওঁৰ দলৰ সৈতে যোৱা ২৩ জুলাইত মণিপুৰ ভ্ৰমণ কৰি বিভিন্ন সাহায্য শিবিৰত থকা লোকসকলৰ সৈতে মত বিনিময় কৰে আৰু পৰিস্থিতিৰ মূল্যায়ন কৰে।

স্বাতী মালিৱালে মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেকো সাক্ষাৎ কৰি পৰিস্থিতিৰ বিষয়ে আৰু ৰাজ্যজুৰি সাহায্য শিবিৰত বাস কৰা লোকসকলৰ বিষয়ে অৱগত কৰে। 

শেহতীয়াকৈ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা জঘন্য কাণ্ডৰ দোষীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈও দাবী জনাইছে স্বাতী মালিৱালে। 

এই ভ্ৰমণৰ সময়ত মালিৱালে তেওঁৰ দলৰ সৈতে ৰাজ্যখনৰ পাহাৰ আৰু ভৈয়ামৰ কেইবাটাও সাহায্য শিবিৰ পৰিদৰ্শন কৰে। ভুক্তভোগী লোকসকলৰ লগত মত বিনিময় কৰি তেওঁলোকৰ অভিযোগৰ বিষয়েও সোধা-পোছা কৰে স্বাতী মালিৱালে ।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd