• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্লিন ব’ল্ড হৈ ক্ষুব্ধ বেটাৰ, ১৪ বছৰীয়া বলাৰক ডিঙি চেপি হত্যা কৰি পেলালে ১৭ বছৰীয়া কিশোৰে!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 22, 2023 3:39 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

21.1k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেট খেলত ব’ল্ড আউট হোৱাৰ খং চম্ভালিব নোৱাৰিলে ১৭ বছৰীয়া বেটাৰগৰাকীয়ে। খঙত ১৪ বছৰীয়া বলাৰগৰাকীৰ ডিঙি চেপি ধৰিলে। খেলপথাৰতে মৃত্যু হ’ল কিশোৰ বলাৰৰ। কানপুৰৰ সমীপৰ ঘটামপুৰ অঞ্চলৰ ৰাহটি ডেৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

সোমবাৰে এখন স্থানীয় ক্ৰিকেট খেলৰ সময়ত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি, ১৪ বছৰীয়া ল’ৰাটোৰ বলত আউট হৈ ক্ষুব্ধ হৈ পৰে অভিযুক্ত কিশোৰ। তেওঁ ক্ৰীজ এৰি যাব নুখুজিলে। তাকে লৈ বলাৰৰ লগত কাজিয়া আৰম্ভ হয়। পিছত দুয়োৰে মাজত মাৰপিট লাগে।

লগতে পঢ়ক: মণিপুৰত অব্যাহত আছে অশান্তি; দিল্লীত সৰ্বদলীয় বৈঠকৰ আহ্বান অমিত শ্বাহৰ

১৪ বছৰীয়া ল’ৰাটোক গুৰুতৰভাৱে প্ৰহাৰ কৰে অভিযুক্ত কিশোৰ আৰু তেওঁৰ ভাতৃয়ে। ১৭ বছৰীয়া অভিযুক্ত কিশোৰগৰাকীয়ে ফিল্ডত পেলাই লৈ ডিঙিত চেপি ধৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৪ বছৰীয়া কিশোৰজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ কাৰণ হিচাপে শ্বাসৰুদ্ধ হোৱা বুলি কোৱা হৈছে। এই ঘটনাৰ লগত জড়িত আটাইকেইজন নাবালক হোৱাৰ বাবে আৰক্ষীয়ে নাম প্ৰকাশ কৰা নাই। ঘটনাৰ পিছতে অভিযুক্ত নাবালক কিশোৰ আৰু তেওঁৰ ভাতৃ পলায়ন কৰে।

লগতে পঢ়ক: আপোনাৰ মনোৰঞ্জনৰ বাবে গুৱাহাটীলৈ আহি আছে অভিনেত্ৰী ছানি লিওনী

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াব বিচৰাত মৃত কিশোৰজনৰ পৰিয়ালে প্ৰথমে সন্মতি প্ৰকাশ কৰা নাছিল। অভিযুক্ত দুজন গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত মৃতকৰ পৰিয়ালে সৎকাৰ নকৰে বুলিও দাবী কৰিছিল। মৰণোত্তৰ পৰীক্ষা কৰিবলৈও দিব খোজা নাছিল।

স্থানীয় কোটোয়ালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম সিঙে ঘটনাস্থলীত গৈ পৰিয়ালৰ লোকক উপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়াৰ পিছতে মৃতকৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি দিয়ে। মৃত যুৱকজনৰ পৰিয়ালে কোটোয়ালী থানাত হত্যাৰ এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ত ৰহস্যজনকভাবে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

আৰক্ষীয়ে জনোৱা মতে, মৃত কিশোৰজনৰ দুজন ভাতৃ আৰু চাৰিগৰাকী ভগ্নী আছে। তেওঁৰ পিতৃ এজন ক্ষুদ্ৰ খেতিয়ক। গাঁওবাসীয়ে দাবী কৰে যে তিনি বছৰ পূৰ্বে অভিযুক্তৰ পৰিয়ালৰ লোকে মৃত কিশোৰজনৰ খুড়ীয়েককো মাৰপিট কৰি হত্যা কৰিছিল। সোমবাৰৰ এই কাণ্ডৰ সৈতে সেই ঘটনাৰ কোনো সম্পৰ্ক আছে নেকি তাকো তদন্তকাৰীয়ে ফঁহিয়াই চাই আছে।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd