• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ক্লিন ব’ল্ড হৈ ক্ষুব্ধ বেটাৰ, ১৪ বছৰীয়া বলাৰক ডিঙি চেপি হত্যা কৰি পেলালে ১৭ বছৰীয়া কিশোৰে!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 22, 2023 3:39 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট খেলত ব’ল্ড আউট হোৱাৰ খং চম্ভালিব নোৱাৰিলে ১৭ বছৰীয়া বেটাৰগৰাকীয়ে। খঙত ১৪ বছৰীয়া বলাৰগৰাকীৰ ডিঙি চেপি ধৰিলে। খেলপথাৰতে মৃত্যু হ’ল কিশোৰ বলাৰৰ। কানপুৰৰ সমীপৰ ঘটামপুৰ অঞ্চলৰ ৰাহটি ডেৰা গাঁৱত সংঘটিত হৈছে এই ঘটনা।

সোমবাৰে এখন স্থানীয় ক্ৰিকেট খেলৰ সময়ত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি, ১৪ বছৰীয়া ল’ৰাটোৰ বলত আউট হৈ ক্ষুব্ধ হৈ পৰে অভিযুক্ত কিশোৰ। তেওঁ ক্ৰীজ এৰি যাব নুখুজিলে। তাকে লৈ বলাৰৰ লগত কাজিয়া আৰম্ভ হয়। পিছত দুয়োৰে মাজত মাৰপিট লাগে।

লগতে পঢ়ক: মণিপুৰত অব্যাহত আছে অশান্তি; দিল্লীত সৰ্বদলীয় বৈঠকৰ আহ্বান অমিত শ্বাহৰ

Apply Now

১৪ বছৰীয়া ল’ৰাটোক গুৰুতৰভাৱে প্ৰহাৰ কৰে অভিযুক্ত কিশোৰ আৰু তেওঁৰ ভাতৃয়ে। ১৭ বছৰীয়া অভিযুক্ত কিশোৰগৰাকীয়ে ফিল্ডত পেলাই লৈ ডিঙিত চেপি ধৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ১৪ বছৰীয়া কিশোৰজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

মৃত্যুৰ কাৰণ হিচাপে শ্বাসৰুদ্ধ হোৱা বুলি কোৱা হৈছে। এই ঘটনাৰ লগত জড়িত আটাইকেইজন নাবালক হোৱাৰ বাবে আৰক্ষীয়ে নাম প্ৰকাশ কৰা নাই। ঘটনাৰ পিছতে অভিযুক্ত নাবালক কিশোৰ আৰু তেওঁৰ ভাতৃ পলায়ন কৰে।

লগতে পঢ়ক: আপোনাৰ মনোৰঞ্জনৰ বাবে গুৱাহাটীলৈ আহি আছে অভিনেত্ৰী ছানি লিওনী

আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিয়াব বিচৰাত মৃত কিশোৰজনৰ পৰিয়ালে প্ৰথমে সন্মতি প্ৰকাশ কৰা নাছিল। অভিযুক্ত দুজন গ্ৰেপ্তাৰ নোহোৱা পৰ্যন্ত মৃতকৰ পৰিয়ালে সৎকাৰ নকৰে বুলিও দাবী কৰিছিল। মৰণোত্তৰ পৰীক্ষা কৰিবলৈও দিব খোজা নাছিল।

স্থানীয় কোটোয়ালী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিক্ৰম সিঙে ঘটনাস্থলীত গৈ পৰিয়ালৰ লোকক উপযুক্ত পদক্ষেপ লোৱাৰ আশ্বাস দিয়াৰ পিছতে মৃতকৰ পৰিয়ালৰ লোকে মৰণোত্তৰ পৰীক্ষাৰ বাবে সন্মতি দিয়ে। মৃত যুৱকজনৰ পৰিয়ালে কোটোয়ালী থানাত হত্যাৰ এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক: তেজপুৰ বিশ্ববিদ্যালয়ত ৰহস্যজনকভাবে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ

আৰক্ষীয়ে জনোৱা মতে, মৃত কিশোৰজনৰ দুজন ভাতৃ আৰু চাৰিগৰাকী ভগ্নী আছে। তেওঁৰ পিতৃ এজন ক্ষুদ্ৰ খেতিয়ক। গাঁওবাসীয়ে দাবী কৰে যে তিনি বছৰ পূৰ্বে অভিযুক্তৰ পৰিয়ালৰ লোকে মৃত কিশোৰজনৰ খুড়ীয়েককো মাৰপিট কৰি হত্যা কৰিছিল। সোমবাৰৰ এই কাণ্ডৰ সৈতে সেই ঘটনাৰ কোনো সম্পৰ্ক আছে নেকি তাকো তদন্তকাৰীয়ে ফঁহিয়াই চাই আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

প্ৰেছক্ৰিপচন অবিহনে ঔষধ বিক্ৰীত বাধা : প্ৰতিখন ঔষধালয়ত চিচিটিভি বাধ্যতামূলক কৰাৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ

September 17, 2026 12:00 pm
মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

ঝিৰামঘাটী হত্যাকাণ্ডত ১৩ বছৰৰ পাছত ১০ মাওবাদীক মৃত্যুদণ্ড : নিয়াৰ বিশেষ আদালতৰ ৰায়

September 17, 2026 1:37 pm
প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

প্ৰতিবাদৰ বাতৰি কৰাই কাল হ’ল নেকি সত্যম বাৰ্মাৰ? সাংবাদিকৰ গ্ৰেপ্তাৰক লৈ কাঠগড়াত উত্তৰ প্ৰদেশ আৰক্ষী

September 17, 2026 1:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd