• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘বুলডজাৰ ন্যায় মানি ল’ব নোৱাৰি’, নিজৰ অন্তিম ৰায়ত ক’লে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2024 11:22 am
মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ৰায় দি কয় যে ‘বুলডজাৰ জাষ্টিচ’ একেবাৰেই গ্ৰহণযোগ্য নহয়।

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে ৰায় দি কয় যে ‘বুলডজাৰ জাষ্টিচ’ একেবাৰেই গ্ৰহণযোগ্য নহয়।

573
VIEWS
Share on FacebookShare on Twitter

যোৱা শুকুৰবাৰটো আছিল তেওঁৰ শেষ কৰ্মদিন। আনুষ্ঠানিকভাৱে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ কাৰ্যকাল ১০ নৱেম্বৰত শেষ হ’ব। অৱশ্যে আগত শনিবাৰ আৰু দেওবাৰ থকাৰ বাবে ৮ তাৰিখেই মুখ্য ন্যায়াধীশগৰাকীক বিদায় সম্বৰ্ধনা দিয়া হয়।

ইপিনে, বিদায়ৰ পূৰ্বে তেওঁৰ শেষ ৰায়দানটো আছিল যে সা-সম্পত্তি ধ্বংস কৰাৰ ভাবুকি দি ৰাইজৰ মত দমন কৰিব পৰা নাযায়। তেওঁ কয়, ‘বুলডজাৰ জাষ্টিচ’ একেবাৰেই গ্ৰহণযোগ্য নহয়।

উল্লেখ্য যে বুলডজাৰ নীতিৰ জন্ম উত্তৰ প্ৰদেশত। পৰৱৰ্তী সময়ত মধ্যপ্ৰদেশ, ৰাজস্থান, দিল্লী, অসমকে ধৰি বিভিন্ন ৰাজ্যত অভিযুক্তৰ ঘৰ বুলডজাৰৰ দ্বাৰা ভাঙি পেলোৱা ধাৰাটোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ ৰুজু কৰা হয়।

উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে যে অভিযুক্তই হওক বা দোষীয়েই হওক  বুলডজাৰেৰে ঘৰ ভাঙি দিব নোৱাৰে। তথাপি এই প্ৰৱণতা কমি যোৱা নাই। কৰ্মজীৱনৰ অন্তিম দিনকেইটাত চন্দ্ৰচূড়ে এই সন্দৰ্ভত কয়, “কোনো সভ্য দেশৰ ন্যায়িক ব্যৱস্থাত বুলডজাৰৰ সহায়ত ন্যায়বিচাৰৰ কথা জনা নাযায়। যদি এনে অনৈতিক আৰু অবৈধ কাৰ্যকলাপৰ কোনো ৰাজ্য চৰকাৰৰ বিষয়া বা প্ৰতিষ্ঠানে অনুমতি দিয়ে, তেন্তে স্বীকাৰ কৰিব লাগিব যে ই অতি ভয়ংকৰ বিষয়।”

একে সময়তে তেওঁ কয়, “সম্পত্তি ধ্বংস কৰি ৰাইজৰ কণ্ঠ দমন কৰিব নোৱাৰি। গৃহৰ নিৰাপত্তা মানুহৰ মৌলিক অধিকাৰ। ৰাষ্ট্ৰইও এনে নিয়ম মানি চলিব লাগিব।” আনকি কোনো ধৰণৰ অবৈধ নিৰ্মাণ বা ভূমি দখলৰ ক্ষেত্ৰতো কিছুমান পদ্ধতি মানি চলিবলৈ তেওঁ নিৰ্দেশ দিয়ে। 

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd