• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতত ৰাছিয়াৰ বিৰুদ্ধে ভোটদান ভাৰতীয় ন্যায়াধীশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 17, 2022 12:15 pm
Russia-Ukraine war
201
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সন্দৰ্ভত প্ৰথম অৱস্থাৰ পৰাই নিৰপেক্ষ স্থিতি অৱলম্বন কৰি আহিছে ভাৰতে। ৰাষ্ট্ৰসংঘত এই বিষয়ত ভোটদানৰ পৰাও বিৰত আছে ভাৰত। ভাৰতৰ এই স্থিতিৰ বাবে বিশ্ব সম্প্ৰদায়ৰ গৰিহণাৰো সন্মুখীন হৈছে।

এনে সময়তে আন্তৰ্জাতিক ন্যায়ালয়ত ৰাছিয়াৰ বিপক্ষে ভোটদান কৰিছে এজন ভাৰতীয় ন্যায়াধীশে। আন্তৰ্জাতিক ন্যায়ালয়ত কালি ভাৰতৰ ন্যায়াধীশ দলবীৰ ভাণ্ডাৰীয়ে ৰাছিয়াৰ বিৰুদ্ধে ভোট দান কৰে।

ন্যায়াধীশ ভাণ্ডাৰীক ভাৰত চৰকাৰে আন্তৰ্জাতিক ন্যায়ালয়লৈ মনোনীত কৰিছিল।

অৱশ্যে ন্যায়াধীশ ভাণ্ডাৰীয়ে ৰাছিয়াৰ বিৰুদ্ধে ভোট দিছে যদিও এইয়া তেওঁৰ এক স্বতন্ত্ৰ পদক্ষেপ। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ক্ষেত্ৰত বিভিন্ন আন্তৰ্জাতিক মঞ্চত ভাৰতৰ পূৰ্বৰ স্থিতিয়ে বাহাল থাকিব।

ৰাষ্ট্ৰসংঘত ইউক্ৰেইন-ৰাছিয়া বিষয়ত ভোটদানৰ পৰা বিৰত থকা ভাৰতে দুয়োপক্ষক আলোচনাৰ ওপৰত গুৰুত্ব দি যুদ্ধ সমাপ্ত কৰিবলৈ আহ্বান জনাইছে।

আনহাতে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতে বুধবাৰে ৰাছিয়াক ইউক্ৰেইন আক্ৰমণ স্থগিত ৰাখিবলৈ নিৰ্দেশ। ন্যায়ালয়ে কয় যে ইউক্ৰেইনৰ ওপৰত মস্কোৰ বল প্ৰয়োগৰ বাবে আন্তৰ্জাতিক ন্যায়ালয় গভীৰভাৱে চিন্তিত।

উল্লেখ্য যে ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ কেইদিনমান পিছতে ইউক্ৰেইনে ৰাছিয়াৰ এই আক্ৰমণৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ শীৰ্ষ আদালতত অভিযোগ উত্থাপন কৰিছিল।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd