NORTHEAST NOW (Assamese)

স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উপলক্ষ্যে টীয়ক আৰক্ষীৰ সজাগতা ৰেলী

August 13, 2022 7:18 pm · এন ই নাও নিউজ,টীয়ক

স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে টীয়ক আৰক্ষী  আৰু গাওঁৰক্ষী বাহিনীয়ে আজি টীয়ক আৰক্ষী চকীৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে এক সজাগতামূলক ৰেলী আৰম্ভ কৰে ।

সজাগতামূলক ৰেলিটোৰ জড়িয়তে স্বাধীনতাৰ আজাদী কা অমৃত মহোৎসৱ উৎযাপন কৰিবলৈ ৰাইজৰ মাজত এক সজাগতা সৃষ্টি কৰে।

উক্ত ৰেলীৰ জৰিয়তে টীয়ক আৰক্ষীয়ে প্ৰতিজন ভাৰতীয় নাগৰিকক ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ লগতে সঠিক আৰু শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰিবলৈও জনসাধাৰণক আহ্বান জনায়।

Related News