• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰোহিত শৰ্মাৰ দুৰ্দান্ত বেটিঙেৰে দ্বিতীয়খন টী-২০ত বাংলাদেশক ৮ উইকেটত পৰাস্ত কৰিলে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2019 7:38 am
cwc-2019-Rohit-Sharma--770x433
2.5k
VIEWS
Share on FacebookShare on Twitter

অধিনায়ক ৰোহিত শৰ্মাৰ ৮৫ ৰাণৰ বিস্ফোৰক ইনিংছৰ সহায়ত ভাৰতে বাংলাদেশক দ্বিতীয়খন টী-২০ মেচত ৮ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়।

টীম ইণ্ডিয়াই দ্বিতীয় বাংলাদেশক দ্বিতীয়খন টী-২০ মেচত পৰাস্ত কৰি ৩ খনীয়া টী-২০ ছিৰিজত ১-১ত সমতা স্থাপন কৰে।

বৃহস্পতিবাৰে ৰাজকোটত অনুষ্ঠিত মেচখনত টছত হাৰি প্ৰথমে বেটিং কৰিবলৈ নামি বাংলাদেশে ২০ অভাৰত ৬ উইকেটৰ বিনিময়ত ১৫৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতে বিজয়ৰ বাবে ১৫৪ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ১৬ অভাৰতে লক্ষ্যত উপনীত হয়।

বাংলাদেশে বেটিং কৰিবলৈ নামি সুন্দৰ আৰম্ভণি কৰে আৰু ভাৰতীয় বলাৰক ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লয়।

কিন্তু অভিজ্ঞ ভাৰতীয় দলটোৱে বাংলাদেশক ২০ অভাৰত ১৫৩ ৰাণত সীমিত ৰাখিবলৈ সক্ষম হয়। ভাৰতে ১৫.৪অভাৰতে দুটা উইকেট হেৰুৱাই এই ৰাণখিনি সংগ্ৰহ কৰে।

ভাৰতৰ অপেনিং যুটী ৰোহিত শৰ্মা আৰু শিখৰ ধাৱানে ১০.৫অভাৰতে ১১৮ ৰাণ সংগ্ৰহ কৰে।

ধাৱানে ২৭টা বল খেলি চাৰিটা বাউণ্ডেৰিৰ সহায়ত ৩১ ৰাণ কৰি আমিনুল ইছলামৰ বলত আউট হয়। ইয়াৰে পাছত সাত ৰাণ যোগ দিয়াৰ সময়তে আমিনুলে ৰোহিতকো বিদায় দিয়ে।

ৰোহিতে ৪৩টা বল খেলি চাৰিটা বাউণ্ডেৰি আৰু চাৰিটা অভাৰ বাউণ্ডেৰিৰ সহায়ত এক আক্ৰমণাত্মক ইনিংছ খেলে।

ৰোহিত আউট হোৱাৰ পাছত বিজয়ৰ বাবে প্ৰয়োজনীয় ৰাণখিনি শ্ৰেয়স আয়াৰ আৰু লোকেশ ৰাহুলে অনায়াসে সংগ্ৰহ কৰে।

আয়াৰে ১৩টা বলত তিনিটা চাৰি আৰু এটা ছয়ৰ সহায়ত ২৪ৰাণ কৰি অপৰাজিত হৈ থাকে। ৰাহুলেও ৮ৰাণ কৰি অপৰাজিত হৈ থাকে।

এতিয়া অহা ১০ নৱেম্বৰত নাগপুৰত ছিৰিজৰ তৃতীয় তথা অন্তিমখন মেচ খেলোৱা হ’ব। এই ছিৰিজটোত ভাৰতীয় দলটোৰ অধিনায়ক হৈছে ৰোহিত শৰ্মা।

Recent News

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

‘আমি একেলগে থাকিবলৈ একত্ৰিত হৈছোঁ’: ৰাজ থাকৰেৰ সৈতে উদ্ধৱৰ পুনৰ্মিলন

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

তিনিচুকিয়াত পুনৰ উদ্ধাৰ হ’ল আহোম যুগত নিৰ্মিত ৬০০ বছৰীয়া এটা পুৰণি পথ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে ক্ষতিপূৰণ প্ৰদানত জালিয়াতিৰ অভিযোগ! ক্ষুব্ধ ভুক্তভোগীৰ পৰিয়ালৰ

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

১০২ বছৰ বয়সতো চাকৰি বিচাৰিছে এইগৰাকী চিকিৎসকে; জনালে দীৰ্ঘজীৱনৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd