• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 23, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ লাডাখ সীমান্তত চীনে বজাইছে পাঞ্জাৱী সংগীত,হিন্দী ভাষণ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 4:33 pm
Indian
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীন-ভাৰত সীমান্তৰ লাডাখৰ পাহাৰ-পৰ্বত ভেদ কৰি এতিয়া বাজি উঠিছে পাঞ্জাৱী সংগীত।

প্ৰেমিকাই প্ৰেমিকক উদ্দেশ্যি হিয়া উজাৰি গাইছে গান।

কিন্তু সীমান্তত সদা ব্যস্ত ভাৰতীয় সেনাই বজোৱা নাই এই বিৰহৰ পাঞ্জাৱী সংগীত।

তেন্তে কোনে বজাইছে এই সংগীত? দৰাচলতে চীনৰ সেনাই ভাৰতীয় সেনাক উদ্দেশ্যি বজাইছে এনে সংগীত।

উচ্চস্বৰত এনেদৰে বিৰহৰ গীত শুনাই চীনৰ সেনাই সীমান্তত কৰ্মৰত ভাৰতীয় সেনা জোৱানসকলক এৰি থৈ অহা ঘৰখনলৈ মনত পেলাই দিব বিচাৰিছে।

ঘৰলৈ মনত পৰিলে সেনা জোৱানসকলৰ মনোৱল ভাঙি যাব,এই উদ্দেশ্যলৈয়েই চীনৰ সেনাই লাডাখৰ পাংগং লেকৰ উত্তৰ অংশৰ ফিংগাৰ ৪ অঞ্চলত উচ্চস্বৰত বজাই গৈছে পাঞ্জাৱী গীত।

কেৱল সেয়াই নহয়,চীনৰ সেনাই গীতৰ মাজে মাজে হিন্দীতে দিয়া ভাষণো বজাইছে।

ভাষণত কোৱা হৈছে যে দিল্লীৰ চৰকাৰৰ ভুলনীতিৰ বাবেই ভাৰতীয় সেনা জোৱানসকলে প্ৰচণ্ড শীতৰ মাজতো লাডাখত  পহৰা দিবলগীয়া হৈছে।

ভাৰতীয় সেনা জোৱানসকলৰ এনে দুৰ্দশাৰ বাবে চৰকাৰেই দায়ী বুলি চীনৰ সেনাই বজোৱা ভাষণত উল্লেখ কৰা হৈছে।

ভাৰতীয় সেনাৰ এগৰাকী বিষয়াই প্ৰকাশ কৰা মতে ১৯৬২ চনৰ চীন-ভাৰতৰ যুদ্ধৰ সময়তো চীনৰ সেনাই ভাৰতীয় সেনাৰ মনোবল ভাঙিবলৈ এনেদৰে গীত বজাইছিল।

কিন্তু চীনৰ এনে কৌশলে ভাৰতীয় সেনাৰ মনোবল ভঙাৰ সলনি অধিক সৱলহে কৰিব বুলি তেওঁ কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিক্ৰমসিংহক গ্ৰেপ্তাৰ : গ্ৰেপ্তাৰৰ অন্তঃৰালত হাত আছে চীনৰ!

August 22, 2025 9:40 pm
বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

বিৰোধী ৰাজনৈতিক দল, নাগৰিক সমাজ আৰু জনসাধাৰণৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ বিকল্প নাই : অসম নাগৰিক সন্মিলন

August 22, 2025 8:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

ভিটামিন ডিয়ে চুলিৰ সৌন্দৰ্য্য বৃদ্ধি কৰিব, কেৱল খালেই নহয় মূৰত লগালেও লাভ কৰিব উপকাৰিতা…

August 23, 2025 6:30 am
অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

অসম ৰাজ্যিক কর্কট প্রতিষ্ঠানত হঠাৎ ব্যাপক মাচুল বৃদ্ধি : সৰৱ জাতীয় যুৱ বাহিনী

August 22, 2025 10:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd