• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেডমিণ্টনত বিশ্ব শ্ৰেষ্ঠ ভাৰত! থমাছ কাপত ইণ্ডোনেছিয়াক হৰুৱাই স্বৰ্ণ জয় টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2022 6:38 pm
বেডমিণ্টনত বিশ্ব শ্ৰেষ্ঠ ভাৰত! থমাছ কাপত ইণ্ডোনেছিয়াক হৰুৱাই স্বৰ্ণ জয় টীম ইণ্ডিয়াৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় বেডমিণ্টনৰ ইতিহাসত আজি এটা সোণালী দিন। থমাছ কাপৰ ফাইনেলত টীম ইণ্ডিয়াই ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক পৰাস্ত কৰি স্বৰ্ণ জয় কৰে। থমাছ কাপৰ ৭৩ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতে এনে বৃহৎ বিজয় সাৱ্যস্ত কৰিছে। ভাৰতৰ বাবে ই এক নতুন অধ্যায়ৰ সূচনা কৰিলে।

বেডমিণ্টনৰ বিশ্বকাপক থমাছ কাপ বুলি কোৱা হয়। প্ৰতিযোগিতাখনৰ ইতিহাসত ১৯৫২, ১৯৫৯ আৰু ১৯৭৯ চনত ছেমি ফাইনেলত উপনীত হোৱাটোৱে ইয়াৰ পূৰ্বে আগতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সফলতা আছিল। সেই ছেমিফাইনেলত ভাৰতে কোনো পদক অৰ্জন কৰা নাছিল।

এইবাৰ কিডাম্বি শ্ৰীকান্ত আৰু লক্ষ্য সেনহঁতে প্ৰথমবাৰৰ বাবে থমাছ কাপত স্বৰ্ণ জয় কৰাৰ পথত পাঁচখন খেলৰ ভিতৰত প্ৰথম তিনিখন মেচতেই জিকি ইতিহাস ৰচনা কৰিছে।

ইণ্ডোনেছিয়াৰ এন্টনিয়ে প্ৰথমখন খেলত লক্ষ্য সেনক অনায়াসে পৰাস্ত কৰিছিল। প্ৰথমখন খেলৰ ফলাফল আছিল ৮-২১। এন্টনিয়ে একেৰাহে ১২পইণ্ট জিকি খেলৰ শীৰ্ষ বিন্দুত উপনীত হয়। কিন্তু দুৰ্দান্ত প্ৰত্যাৱৰ্তন ঘটায় লক্ষ্যই। তেওঁ দ্বিতীয়খন খেল ২১-১৭ ব্যৱধানত জিকে। খেলখনৰ ফলাফল হয়গৈ ১-১।

Congratulations TEAM INDIA Men’s Team for winning the THOMAS CUP Title … Great win 🥇 #ThomasUberCup2022 @srikidambi @lakshya_sen @satwiksairaj @Shettychirag04 @PRANNOYHSPRI 👏

— Saina Nehwal (@NSaina) May 15, 2022

তৃতীয়খন খেলত এণ্টনিক ২১-১৬ ব্যৱধানত পৰাস্ত কৰি লক্ষ্য সেনে প্ৰথমখন খেলত ভাৰতক অগ্ৰগতি আনি দিয়ে। প্ৰথমখন খেলৰ ফলাফল আছিল ৮-২১, ২১-১৭, ২১-১৬ (২-১)।

দ্বিতীয়খন খেলত চিৰাগ চেট্টী আৰু সাত্বিকসাইৰাজ ৰঙ্কিৰেড্ডীৰ যুটিয়ে মহম্মদ এহচান আৰু কেভিন সঞ্জয় চুকামুজোৰ মুখামুখি হয়। চিৰাগ-সাত্বিকসাইৰাজ ডাবলছৰ প্ৰথমখন খেলত পৰাজিত হয়। তেওঁলোকে ১৮-২১ত পৰাজিত হয়। ডাবলছৰ প্ৰথমখন খেলত পৰাজিত হোৱা সত্বেও ভাৰতে দ্বিতীয়খন খেলত ২৩-২১ ব্যৱধানত জয়লাভ কৰে। এই বিজয় ২৭তম মিনিটত আহে। সাত্বিকসাইৰাজ-চিৰাগে সমতা অৰ্জন কৰে।

ভাৰত অবিশ্বাস্য ব্যৱধানত জয়ী হয়। ভাৰতে ২-০ ৰ অগ্ৰগতি লাভ কৰে। খেলখনৰ ফলাফল আছিল ২১-১৮, ২৩-২১ আৰু ২১-১৯ (২-১)। লক্ষ্য সেনৰ পিছত সাত্বিকসাইৰাজ-চিৰাগে ভাৰতক অগ্ৰগতি দিয়ে।

The Indian badminton team has scripted history! The entire nation is elated by India winning the Thomas Cup! Congratulations to our accomplished team and best wishes to them for their future endeavours. This win will motivate so many upcoming sportspersons.

— Narendra Modi (@narendramodi) May 15, 2022

তৃতীয়খন খেলত কিডাম্বি শ্ৰীকান্তে প্ৰথমখন খেলত ২১-১৫ত বিজয়ী হয়। অৱশ্যে, শ্ৰীকান্ত তৃতীয়খন খেলৰ দ্বিতীয়খন মেচত পৰাজিত হয়। জনাথনৰ হাতত পৰাজিত হোৱা সত্বেও, ভাৰত বেডমিণ্টনত বিশ্বৰ শ্ৰেষ্ঠ হৈ পৰে! টীম ইণ্ডিয়াই প্ৰথমবাৰৰ বাবে থমাছ কাপ জিকি ইতিহাস সৃষ্টি কৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

September 2, 2025 9:00 pm
কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm
ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

ভূতৰ ওপৰত দানহ: পুনৰ আফগানিস্তানত ভূমিকম্পৰ জোকাৰণি

September 2, 2025 7:37 pm
অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত অসম ভ্ৰমণ কৰিছে মাদানীয়ে : দাবী লুৰীনজ্যোতি গগৈৰ

September 2, 2025 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

SIR-ৰ ৮৯ লাখ অভিযোগ আওকাণ নিৰ্বাচন আয়োগৰ! সমগ্ৰ প্ৰক্ৰিয়া পুনৰ কৰাৰ দাবী কংগ্ৰেছৰ

September 2, 2025 9:00 pm
কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

কেৱল উত্তৰ প্ৰদেশতে ভোটাৰ তালিকাত ১ কোটি সন্দেহজনক ভোটাৰ! নিৰ্বাচন আয়োগৰ নিজা তদন্তত চাঞ্চল্যকৰ তথ্য

September 2, 2025 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd