• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰ্ষাবিঘ্নিত দ্বিতীয়খন মেচতো অদমনীয় সূৰ্য বাহিনী; শ্ৰীলংকাক পৰাস্ত কৰি শৃংখলা দখল ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 29, 2024 7:44 am
2.8k
VIEWS
Share on FacebookShare on Twitter

গৌতম গম্ভীৰ নতুনকৈ মুখ্য প্ৰশিক্ষক হোৱাৰ পিছতে শ্ৰীলংকাৰ বিৰুদ্ধে শৃংখলা জয়লাভ কৰি ভাৰতীয় ক্ৰিকেটৰ আন এক বৰ্ণময় যুগৰ আৰম্ভণি হ’ল। বৰ্ষাবিঘ্নিত দ্বিতীয়খন মেচতো সূৰ্যকুমাৰ যাদৱৰ দলটোৱে অনায়াসে জয়লাভ কৰে। ইয়াৰে সৈতে ছিৰিজটোও হস্তগত কৰে।

দেওবাৰে টিম ইণ্ডিয়াই ৭ উইকেটত জয়লাভ কৰে। প্ৰথমে বেটিং কৰি শ্ৰীলংকাই ১৬১ ৰান সংগ্ৰহ কৰে। বৰষুণৰ বাবে বাধা পোৱা খেলখনত ভাৰতৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছিল ৮ অভাৰত ৭৮ ৰান। ইয়াক সহজেই অতিক্ৰম কৰিলে ভাৰতীয় বেটছমেনে।

শ্ৰীলংকাই ভাল আৰম্ভণি কৰিছিল যদিও চাপ চম্ভালিব পৰা নাছিল। এটা সময়ত তেওঁলোকে ২ উইকেটত ১৩০ ৰান সংগ্ৰহ কৰিছিল। যদিও শেষত আছালংকা বাহিনীৰ ইনিংছ ১৬১ ৰানতে সমাপ্ত হয়। শ্ৰীলংকাৰ খেলুৱৈৰ ভিতৰত কুশল পেৰেৰা (৫২), পাথুম নিছাংকা আৰু কামিন্দু মেণ্ডিছে (২৬) ৰান পায়।

অৱশ্যে হাৰ্দিক পেটেল, ৰবি বিষ্ণয় আৰু অক্ষৰ পেটেলৰ নিয়ন্ত্ৰিত বলিঙত শ্ৰীলংকা দলে শেষৰ চাৰিটা অভাৰত ৭টা উইকেট হেৰুৱায়।

ইয়াৰ পিছতে বৰষুণৰ বাবে খেলখন বাতিল কৰা হয়। পিছত ভাৰতে বেটিং কৰিবলৈ নমাৰ তিনিটা বল পিছতে ধাৰাসাৰ বৰষুণ আৰম্ভ হয়। খেলখন বহু সময়লৈ বন্ধ হৈ যায়। ফলত খেলখনৰ অভাৰ হ্ৰাস কৰা হয়। ভাৰতৰ লক্ষ্য নিৰ্দ্ধাৰিত হয় ৮ অভাৰত ৭৮ ৰান।

যশস্বী (১৫ বলত ৩০ ৰান), সূৰ্যকুমাৰ (১২ বলত ২৬ ৰান) আৰু হাৰ্দিক পাণ্ডিয়া (৯ বলত ২২ ৰান)ৰ সহায়ত নতুন টিম ইণ্ডিয়াই সহজেই জয়ৰ লক্ষ্যত উপনীত হয়। গৌতম গম্ভীৰেও প্ৰশিক্ষক হিচাপে প্ৰথমবাৰৰ বাবে ছিৰিজ জয়ৰ সোৱাদ পালে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd