• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home পৰিবেশ

কমিব প্ৰদূষণৰ মাত্ৰা! ভাৰতত আৱিষ্কাৰ হৈছে প্লাষ্টিকভক্ষী বেক্টেৰিয়া আৰু ভেঁকুৰ

নৰ্থ-ইষ্ট নাও by নৰ্থ-ইষ্ট নাও
August 10, 2025 4:30 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ পিৰানাৰ প্লাষ্টিকৰ আৱৰ্জনাৰ পাহাৰত আাৱিস্কাৰ হৈছে এবিধ প্লাষ্টিক খোৱা বেক্টেৰীয়া। প্ৰথমবাৰৰ বাবে প্লাষ্টিক খোৱা বেক্টেৰিয়া আৰু ভেঁকুৰৰ আৱিষ্কাৰ কৰি ভাৰতীয় বিজ্ঞানীসকলে বিশ্ববাসীক আচৰিত কৰি তুলিছে।

এই বেক্টেৰীয়া আৰু ভেঁকুৰৰ বাণিজ্যিকীকৰণ হ’লে ভাৰত আৰু বিশ্বই বৰ্তমান সন্মুখীন হোৱা প্লাষ্টিক আৱৰ্জনা আৰু প্ৰদূষণৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বুলি ধাৰণা কৰা হৈছে।

এই বেক্টেৰিয়া আৰু ভেঁকুৰে বৰ্তমান মুকলি বতাহত পেলোৱা প্লাষ্টিকৰ জাবৰবোৰ পৰিষ্কাৰ কৰিব বুলি আশা কৰা হৈছে। প্লাষ্টিক এই জীৱবোৰৰ খাদ্যৰ প্ৰাকৃতিক উৎস নহ’লেও বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিছে যে মিউটেশ্যনৰ ফলত ইহঁতৰ আচৰণ পৰিৱৰ্তন কৰিব পৰা যাব।

খবৰ অনুসৰি গুজৰাট বায়’টেকন’লজি ৰিচাৰ্চ চেণ্টাৰ (জিবিআৰচি)ৰ দুজন গৱেষক – প্ৰতিষ্ঠানটোৰ সঞ্চালক অধ্যাপক চৈতন্য যোশী আৰু যুটীয়া সঞ্চালক ড০ মাধৱী যোশীয়ে আই আই টি গান্ধীনগৰ (আই আই টি-জি এন)ৰ অধ্যাপক মনীষ কুমাৰৰ সৈতে মিলি  ‘Landfill microbiome harbours plastic-degrading gene: A metagenomics study of solid waste management.’’ শীৰ্ষক এটা প্ৰবন্ধ লিখিছিল।

ভাৰতীয় বিজ্ঞানীসকলে গুজৰাটৰ কেইবাটাও কঠিন আৱৰ্জনা ব্যৱস্থাপনা (SWM) স্থানৰ নমুনা বিশ্লেষণ কৰি প্লাষ্টিক খোৱা ১৭টা শ্ৰেণীৰ বেক্টেৰিয়া আৰু ৯টা ভেঁকুৰ আৱিষ্কাৰ কৰিছে।

বিশেষজ্ঞসকলে উল্লেখ কৰে যে অণুজীৱবোৰৰ জিন’ম ক্ৰমত উপস্থিত থকা কেইবাটাও এনজাইমে দেখুৱাইছে যে প্লাষ্টিক পদাৰ্থবোৰ কাৰ্বন আৰু শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা হৈছে। গৱেষণা পত্ৰখনত প্ৰকাশ পাইছে যে বেক্টেৰিয়াবোৰে পানীৰ উপস্থিতিত অক্সিডাইজেচনৰ পিছত প্লাষ্টিক পলিমাৰৰ পৃষ্ঠত নিজকে সংলগ্ন কৰি লয়, তাৰ পিছত ইহঁত পি ই, পি ই টি বা পি এছলৈ বিভাজিত হ’বলৈ আৰম্ভ কৰে।

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 6:49 pm
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm
বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বিহাৰত ভোটাৰ পৰিচয়ৰ বাবে আধাৰক দ্বাদশ নথি হিচাপে গ্ৰহণ কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 5:54 pm
নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

নেপালত সামাজিক মাধ্যমৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ : কাৰ্ফিউ ভাঙি ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক

September 8, 2025 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউএপিএ গোচৰ! টিপিচি কেডাৰৰ জামিন আৱেদনত জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ

September 8, 2025 6:49 pm
জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

জম্মু-কাশ্মীৰত সেনাৰ গুলীত নিহত দুই উগ্ৰপন্থী : আহত দুজন সেনা-জোৱান

September 8, 2025 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd