NORTHEAST NOW (Assamese)

আন্তৰ্জাতিক বিমান পৰিসেৱাৰ নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি, নতুন নিৰ্দেশনা কেন্দ্ৰীয় চৰকাৰৰ

May 28, 2021 4:12 pm · এন ই নাও নিউজ
Updated: May 28, 2021 4:13 pm

৩০ জুন পৰ্যন্ত আন্তৰ্জাতিক বিমান পৰিসেৱাৰ উপৰত নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে।

শুক্ৰবাৰে এখন নিৰ্দেশিকা জাৰি কৰি জানিবলৈ দিছে ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যনে (ডিজিচিএ)।

কিন্তু আন্তৰ্জাতিক পণ্যবাহী বিমান পৰিসেৱা আৰু ডিজিচিএৰ অনুমোদিত বিশেষ বিমান পৰিসেৱাসমূহ চলি থাকিব।

কৰোণাৰ দ্বিতীয় ঢৌৰ বাবে যোৱা ২৩ মাৰ্চৰ পৰা আন্তৰ্জাতিক বিমান পৰিসেৱা বন্ধ ৰখা হৈছে।

Related News