৩০ জুন পৰ্যন্ত আন্তৰ্জাতিক বিমান পৰিসেৱাৰ উপৰত নিষেধাজ্ঞাৰ ম্যাদ বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে।
শুক্ৰবাৰে এখন নিৰ্দেশিকা জাৰি কৰি জানিবলৈ দিছে ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যনে (ডিজিচিএ)।
— DGCA (@DGCAIndia) May 28, 2021
কিন্তু আন্তৰ্জাতিক পণ্যবাহী বিমান পৰিসেৱা আৰু ডিজিচিএৰ অনুমোদিত বিশেষ বিমান পৰিসেৱাসমূহ চলি থাকিব।
কৰোণাৰ দ্বিতীয় ঢৌৰ বাবে যোৱা ২৩ মাৰ্চৰ পৰা আন্তৰ্জাতিক বিমান পৰিসেৱা বন্ধ ৰখা হৈছে।