• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ’নাৰ সৈতে ভাৰতৰ যুদ্ধ : আহিবলগীয়া ১৫ দিনত কি ঘটিব পাৰে! বিশেষজ্ঞই কি কৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 4:07 pm
Corona Virus

কৰ'না প্ৰতিৰোধী মাস্ক পৰিধান কৰি থকা অৱস্থাত বিভিন্ন লোক

97.8k
VIEWS
Share on FacebookShare on Twitter

ভাৰত এই মুহুৰ্তত ষ্টেজ ২ কোভিদ ১৯-ত আক্ৰান্ত। যাৰ অৰ্থ হৈছে বিদেশৰ পৰা অহা লোকৰ পৰা এই ৰোগ সংক্ৰমিত হৈছে।

বিদেশৰ পৰা যিসকল লোক আহিছে তেওঁলোকৰ সৈতে সংস্পৰ্শত অহা লোক সকল কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

আহিবলগীয়া ১৫ দিন ভাৰতবৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ষ্টেজ থ্ৰিৰ আশংকা:

চীন বা ইটালীত বৰ্তমান যেনেধৰণৰ পৰিস্থিতি চলি আছে সেয়া হৈছে কৰ’না ভাইৰাছৰ ষ্টেজ থ্ৰি অৱস্থা। অৰ্থাৎ সেইবোৰ দেশত বিশাল সংখ্যক জনসাধাৰণ কৰ’না ভাইৰাছৰ স্বীকাৰ হৈছে।

যদিহে বৰ্তমান সময়তে ভাৰতে ভাইৰাছ সংক্ৰমিত হোৱাৰ গতি স্তব্ধ কৰি দিব পাৰে তেনেহ’লে ইটালী বা চীন সদৃশ পৰিস্থিতি হোৱাৰ পৰা ভাৰতক ৰক্ষা কৰিব পৰা যাব।

আহিবলগীয়া ২ সপ্তাহ ভয়ংকৰ :

বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি অহা ২ সপ্তাহ দেশৰ জনসাধাৰণৰ সন্মুখত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে অথবা তেনে পৰিস্থিতি নহবও পাৰে।

আহিবলগীয়া ১৫ দিনে ভাৰতত কৰ’না ভাইৰাছৰ গতিবিধি কেনেধৰণৰ হ’ব সেয়া নিৰ্ভৰ কৰিব।

পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ কি কৰিব লাগিব ?

বিশেষজ্ঞসকলে দাবী কৰা মতে বৰ্তমান যেনে পৰিস্থিতি চলি আছে তাক নিয়ন্ত্ৰণত অনাৰ বাবে আটাইতকৈ ভাল উপায় হ’ল ‘কোয়াৰেণ্টাইন’।

কোনোক্ষেত্ৰতে স্বাস্থ্যকৰ পন্থাৰ বাহিৰলৈ গৈ পদক্ষেপ লোৱা উচিত নহয় এই সময়ত।

এই সময়ৰ ভিতৰত যাতে কোনো কাৰণতে কমিউনিটি ট্ৰেন্সমিশ্যন নহয় তাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগিব বুলিও বিশেষজ্ঞ সকলে কয়।

যুদ্ধকালীন পৰিস্থিতিত ভাৰত!

বিশেষজ্ঞসকলে কৈছে যে আহিবলগীয়া ১৫ দিনত অজ্ঞাত শত্ৰু কৰ’নাৰ হাতৰ পৰা ৰক্ষা পৰিবলৈ হ’লে জনসমাগমৰ পৰা প্ৰতিগৰাকী ব্যক্তি আতৰি থাকিব লাগিব।

ইয়াৰ বাবে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা যেনেদৰে এটা উপায় একেধৰণে হাত ধোৱাও এটা গুৰুত্বপূৰ্ণ উপায়।

তদুপৰি, ভাৰতৰ প্ৰশাসনেও কৰ’না ভাইৰাছৰ সৈতে যুদ্ধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd