• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৰ’নাৰ সৈতে ভাৰতৰ যুদ্ধ : আহিবলগীয়া ১৫ দিনত কি ঘটিব পাৰে! বিশেষজ্ঞই কি কৈছে

এন ই নাও নিউজ by এন ই নাও নিউজ
March 17, 2020 4:07 pm
Corona Virus

কৰ'না প্ৰতিৰোধী মাস্ক পৰিধান কৰি থকা অৱস্থাত বিভিন্ন লোক

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰত এই মুহুৰ্তত ষ্টেজ ২ কোভিদ ১৯-ত আক্ৰান্ত। যাৰ অৰ্থ হৈছে বিদেশৰ পৰা অহা লোকৰ পৰা এই ৰোগ সংক্ৰমিত হৈছে।

বিদেশৰ পৰা যিসকল লোক আহিছে তেওঁলোকৰ সৈতে সংস্পৰ্শত অহা লোক সকল কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

Apply Now

আহিবলগীয়া ১৫ দিন ভাৰতবৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

ষ্টেজ থ্ৰিৰ আশংকা:

চীন বা ইটালীত বৰ্তমান যেনেধৰণৰ পৰিস্থিতি চলি আছে সেয়া হৈছে কৰ’না ভাইৰাছৰ ষ্টেজ থ্ৰি অৱস্থা। অৰ্থাৎ সেইবোৰ দেশত বিশাল সংখ্যক জনসাধাৰণ কৰ’না ভাইৰাছৰ স্বীকাৰ হৈছে।

যদিহে বৰ্তমান সময়তে ভাৰতে ভাইৰাছ সংক্ৰমিত হোৱাৰ গতি স্তব্ধ কৰি দিব পাৰে তেনেহ’লে ইটালী বা চীন সদৃশ পৰিস্থিতি হোৱাৰ পৰা ভাৰতক ৰক্ষা কৰিব পৰা যাব।

আহিবলগীয়া ২ সপ্তাহ ভয়ংকৰ :

বিশেষজ্ঞসকলে দাবী কৰা অনুসৰি অহা ২ সপ্তাহ দেশৰ জনসাধাৰণৰ সন্মুখত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে অথবা তেনে পৰিস্থিতি নহবও পাৰে।

আহিবলগীয়া ১৫ দিনে ভাৰতত কৰ’না ভাইৰাছৰ গতিবিধি কেনেধৰণৰ হ’ব সেয়া নিৰ্ভৰ কৰিব।

পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ কি কৰিব লাগিব ?

বিশেষজ্ঞসকলে দাবী কৰা মতে বৰ্তমান যেনে পৰিস্থিতি চলি আছে তাক নিয়ন্ত্ৰণত অনাৰ বাবে আটাইতকৈ ভাল উপায় হ’ল ‘কোয়াৰেণ্টাইন’।

কোনোক্ষেত্ৰতে স্বাস্থ্যকৰ পন্থাৰ বাহিৰলৈ গৈ পদক্ষেপ লোৱা উচিত নহয় এই সময়ত।

এই সময়ৰ ভিতৰত যাতে কোনো কাৰণতে কমিউনিটি ট্ৰেন্সমিশ্যন নহয় তাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগিব বুলিও বিশেষজ্ঞ সকলে কয়।

যুদ্ধকালীন পৰিস্থিতিত ভাৰত!

বিশেষজ্ঞসকলে কৈছে যে আহিবলগীয়া ১৫ দিনত অজ্ঞাত শত্ৰু কৰ’নাৰ হাতৰ পৰা ৰক্ষা পৰিবলৈ হ’লে জনসমাগমৰ পৰা প্ৰতিগৰাকী ব্যক্তি আতৰি থাকিব লাগিব।

ইয়াৰ বাবে ঘৰৰ ভিতৰত আবদ্ধ হৈ থকা যেনেদৰে এটা উপায় একেধৰণে হাত ধোৱাও এটা গুৰুত্বপূৰ্ণ উপায়।

তদুপৰি, ভাৰতৰ প্ৰশাসনেও কৰ’না ভাইৰাছৰ সৈতে যুদ্ধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

June 22, 2026 7:37 pm
লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

বিহাৰৰ চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষাত মুন্নাভাই এমবিবিএছ, ২৪ জনক গ্ৰেপ্তাৰ

June 22, 2026 6:36 pm
নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

নেতা আৰু সাংসদৰ ওপৰত কণী নিক্ষেপ কৰা ঘটনাৰ বিৰুদ্ধে কলিকতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ তৃণমূল কংগ্ৰেছ

June 22, 2026 5:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

হোৰাহোৰে কমিছে সোণৰ মূল্য : কোন চহৰত কিমান দাম জানো আহক

June 22, 2026 7:37 pm
লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

লখনৌৰ কোচিং চেণ্টাৰত ভয়ংকৰ অগ্নিকাণ্ড, ১৩ জনৰ মৃত্যু : প্ৰাণ বচাবলৈ ওপৰৰ পৰা জঁপিয়ালে ছাত্ৰ-ছাত্ৰীয়ে

June 22, 2026 6:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd