• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বকাপ কোৱালিফায়িং : এছিয়াৰ চেম্পিয়ন কাটাৰৰ বিপক্ষে গ’ল শূন্য ড্ৰ ভাৰতৰ

উদ্দিপ্ত কুমাৰ গোস্বামী by উদ্দিপ্ত কুমাৰ গোস্বামী
September 11, 2019 10:40 am
70313761_1349921531850433_6195056799071076352_n
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যুটীয়াভাৱে অনুষ্ঠিত হৈ থকা ২০২২ কাটাৰ ফিফা বিশ্বকাপ আৰু ২০২৩ এছিয়া কাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচত ভাৰতে এছিয়ান চেম্পিয়ন কাটাৰৰ বিৰুদ্ধে গ’ল শূন্য ড্ৰ খেলি গুৰুত্বপূৰ্ণ ১ পইণ্ট সংগ্ৰহ কৰে।

যোৱা নিশা অনুষ্ঠিত মেচখন ভাৰতৰ বাবে আছিল যথেষ্ট কঠিন। কিয়নো প্লেয়িং ইলেভেনত নাছিল তৰকা তথা সাম্প্ৰতিক সময়ৰ বিশ্বৰ দ্বিতীয় সৰ্বাধিক গ’লদাতা সুনীল ছেত্ৰী। তদুপৰি নাছিল প্ৰতিভাসম্পন্ন মিডফিল্ডাৰ আশ্বিক।

শক্তিশালী তথা বিশ্বকাপ আয়োজক দেশ কাটাৰৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচখনত ছেত্ৰী আৰু আশ্বিকৰ অনুপস্থিতিয়ে প্ৰশিক্ষক ষ্টিমাচক চিন্তিত কৰি তুলিছিল।

কিন্তু ভাৰতীয় দলৰ খেলুৱৈসকলে দুয়োজনৰ অনুপস্থিতি অনুভৱ কৰিব নিদিলে দৰ্শক আৰু ষ্টিমাচক। ভাৰতীয় দলৰ মনোবলৰ বাবেই ৯০ মিনিটৰ খেলত গ’ল কৰিবলৈ ব্যৰ্থ হয় ঘৰুৱা দল কাটাৰ।

এছিয়া কাপত ১৯টা গ’ল কৰা আৰু অন্তিমখন খেলত আফগানিস্তানক ৬-০ত পৰাস্ত কৰা কাটাৰক ভাৰতৰ ডিফেণ্ডাৰ আৰু কালিৰ মেচখনত অধিনায়কৰ ভূমিকা লোৱা গ’লৰক্ষক গুৰপ্ৰীট সিং সান্ধুৱে কোনো সুযোগেই নিদিলে।

সান্ধুৰ ৱৰ্ল্ড ক্লাছ গ’লকিপিঙে ষ্টেডিয়ামত উপস্থিত থকা স্পেইনৰ বিশ্ববিজয়ী দলৰ সদস্য তথা মিডফিল্ডাৰ জাভিকো আকৰ্ষিত কৰে।

ভাৰতীয় প্ৰশিক্ষক ষ্টিমাচে মেচখনত উদীয়মান খেলুৱৈসকলক সম্পূৰ্ণ সুযোগ দিয়া পৰিলক্ষিত হয়। ছিনিয়ৰ তথা অনুভৱী খেলুৱৈৰ অনুপস্থিতিত সুযোগ লাভ কৰা ছাহালে সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

ইফালে দ্বিতীয়াৰ্ধৰ ৭৬ মিনিটত প্ৰশিক্ষক ষ্টিমাচে ছাহালৰ ঠাইত ফিল্ডত নুমুৱাই আন এগৰাকী সপ্ৰতিভ উদীয়মান মিডফিল্ডাৰ তথা অসম সন্তান বিনীত ৰায়ক।

সুযোগৰ অপেক্ষাত থকা বিনীতে মেচৰ প্ৰায় ১৫ মিনিট সময় খেলি প্ৰশিক্ষক ষ্টিমাচক উৎফুল্ল কৰে।

ডোহাৰ জাচিম বিন হামাদ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল গুৰুত্বপূৰ্ণ মেচখন।

উল্লেখ্য যে যোৱা ৫ ছেপ্তেম্বৰত গুৱাহাটীত অনুষ্ঠিত হোৱা কোৱালিফায়িং ৰাউণ্ডৰ প্ৰথম মেচখনত ভাৰতে ওমানৰ হাতত ২-১ ব্যৱধানত পৰাস্ত হৈছিল।

উদ্দিপ্ত কুমাৰ গোস্বামী

উদ্দিপ্ত কুমাৰ গোস্বামী

নিউজ, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

পাকিস্তানৰ চোৰাংচোৱা জ্যোতি! ২৫০০ পৃষ্ঠাৰ অভিযোগনামাত আছে পৰ্যাপ্ত প্ৰমাণ

August 16, 2025 7:37 pm
আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

আলাস্কাত ৩ ঘণ্টাজোৰা বৈঠক ট্ৰাম্প–পুটিনৰ! যুদ্ধবিৰতিৰ সমাধান নোলোৱাত আশাহত বিশ্ব

August 16, 2025 7:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

ভুৱা ভোটাৰ বিতৰ্ক: ৰাহু গান্ধীৰ পদযাত্ৰাৰ আৰম্ভণিৰ দিনাই নিৰ্বাচন আয়োগৰ সংবাদমেল আয়োজন

August 16, 2025 9:30 pm
ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

ৰাজ্যপাল-ৰাষ্ট্ৰপতিৰ ক্ষমতাৰ ওপৰত ন্যায়পালিকাৰ হস্তক্ষেপ! সাংবিধানিক সংকটৰ আশংকা কেন্দ্ৰৰ

August 16, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd