• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Covid-19 Update অ’মিক্ৰণৰ আতংকৰ মাজতে সন্ধানহীন বিদেশৰ পৰা ওভতা ১০০ যাত্ৰী; দেশত দৈনিক সংক্ৰমণ নিম্নগামী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2021 10:50 am
12d6c1fb-dbaf-4677-909e-2bb4948902d3_1920x1080
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Covid-19 Update দেশত অ’মিক্ৰন ভেৰিয়েন্টৰ আতংক বিয়পি পৰাৰ মাজতে দৈনিক আক্ৰান্ত আৰু মৃত্যু দুয়োটাই নিম্নগামী দেখা গৈছে।

ইপিনে, মহাৰাষ্ট্ৰত অ’মিক্ৰণৰ সংক্ৰমণক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। তাৰ মাজতে বিদেশ পৰা উভতি অহা ১০০তকৈয়ো অধিক যাত্ৰীৰ সন্ধান পোৱা হোৱা নাই।

স্থানীয় প্ৰশাসনে জানিবলৈ দিয়া মতে, থানে জিলাত ১০৯জন লোকক বিচাৰি উলিয়াব পৰা নাই। তেওঁলোকৰ মোবাইল চুইচ অফ থকাৰ লগতে তেওঁলোকে দিয়া ঠিকনাতো তেওঁলোকক বিচাৰি পোৱা হোৱা নাই।

Also Read: Nagaland Massacre: টকাৰে ন্যায় নাহে, দোষী সেনা বিষয়াক শাস্তি দিয়ক: নাগালেণ্ডৰ সেনাৰ গুলীত নিহত নিৰীহৰ পিতৃ 

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছে ৬ হাজাৰ ৮২২ জন লোক। সোমবাৰে দেশত মুঠ ক’ৰ’নাত আক্ৰান্ত হৈছিল ৮ হাজাৰ ৩০৬ জন লোক।

বিগত ২৪ ঘন্টাত দেশত কৰ’নাত আক্ৰান্ত হৈ ২২০ জন লোকৰ মৃত্যু হৈছে।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ৪লাখ ৭৩ হাজাৰ ৭৫৭জন।

যোৱা ২৪ ঘন্টাত দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ১০হাজাৰ ৪ জন।

Also Read: Man-elephant conflict: খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ; ওদালগুৰিৰ আটাৰিখাটত বন্যহস্তীৰ আক্ৰমণত নিহত এজন

দেশত বৰ্তমানলৈকে মুঠ কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ৩ কোটি ৪০লাখ ৭৯ হাজাৰ ৬১২জন।

ইপিনে, দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৯৫হাজাৰ ১৪ জন। এয়া বিগত ৫৫৪ দিনৰ ভিতৰত সৰ্বনিম্ন।

বৰ্তমানলৈ দেশত ১২৮ কোটি ৭৬লাখতকৈয়ো অধিক লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ৭৯লাখতকৈয়ো অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

Also Read:Encounter: নগাঁৱত গুলীবিদ্ধ ম’ষ্ট ৱান্টেড আব্দুল বাছেট ওৰফে ইফু; আৰক্ষীৰ মূৰৰ কামোৰণি এক অধ্যায়ৰ সামৰণি!

সেইদৰে বিগত ২৪ ঘন্টাত ১০ লাখ ৭৯হাজাৰ ৩৮৪জন লোকৰ কোভিডৰ নমুনা পৰীক্ষা কৰা হৈছে।

দেশত কৰ’নাৰ সামগ্ৰিক পৰিস্থিতি নিয়ন্ত্ৰণাধীন হ’লেও নতুন প্ৰজাতি অ’মিক্ৰণকলৈ শংকা বৃদ্ধি পাইছে। এতিয়ালৈকে ভাৰতত ২৩ জনৰ দেহত অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে।

দেশত কৰ’নাৰ তৃতীয়টো ঢৌৰ আশংকাক আগত ৰাখি দেশবাসীক কোভিড বিধি মানি চলিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছে বিশেষজ্ঞসকলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm
বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

September 19, 2025 7:36 pm
ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

ছিংগাপুৰত থকা ভাৰতৰ উচ্চায়ুক্ত ড° শিল্পক আম্বুলেৰ লগত নিৰন্তৰ যোগাযোগত আছে হিমন্ত বিশ্ব শৰ্মা : কেতিয়া আহি পাব জুবিন গাৰ্গৰ নিথৰ দেহ?

September 19, 2025 7:35 pm
মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত…

মায়াৰ পৰিধি ভাঙি মুক্তিৰ পথেৰে পাখি মেলি উৰি গ’ল জুবিন! উকা কৰি গ’ল অসমৰ সংগীত জগত…

September 19, 2025 7:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

মণিপুৰত অসম ৰাইফলছৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, কেইজনো আহত

September 19, 2025 8:02 pm
বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

বাতিল কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলঃ উদ্যোক্তাৰ স্পষ্টিকৰণ,জনা নাছিল জুবিনৰ সাগৰ ভ্ৰমণৰ কথা

September 19, 2025 7:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd