• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেপালৰ নতুন বিতৰ্কিত মানচিত্ৰক লৈ অসন্তুষ্ট ভাৰতে নিজৰ প্ৰতিক্ৰিয়াত কি ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2020 9:19 am
142828-ubvrbshalr-1592052189

নেপালৰ সংসদৰ প্ৰতিনিধিত্বমূলক ফাইল ফটো।

5k
VIEWS
Share on FacebookShare on Twitter

নেপালৰ নিম্ন সদনে বিতৰ্কিত মানচিত্ৰ সংশোধনী বিধেয়ক গৃহীত কৰিলে। বিতৰ্কিত মানচিত্ৰখনত ভাৰতৰ লিপুলেখ, কালাপানী আৰু লিংপিয়াধুৰাক অন্তৰ্ভুক্ত কৰিছে।

এতিয়া উচ্চ সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰাৰ পাছতে বিধেয়কখনে আইনৰ ৰূপ পাব।

নেপালৰ এই কাৰ্যৰ সন্দৰ্ভত ভাৰত চৰকাৰে কয় যে নেপাল চৰকাৰে নিম্ন সদনত এই সাংবিধানিক সংশোধন বিধেয়ক গৃহীত কৰি সীমা বিষয়টোৰ ৰাজনীতিকৰণ কৰিছে।

নেপাল চৰকাৰে বিষয়টো আলোচনাৰ মাজেৰে সমাধান কৰাৰ ক্ষেত্ৰত সামান্যও গুৰুত্ব নেদেখুৱাৰ অভিযোগ কৰিছে ভাৰতে।

দেশখনে সাধাৰণ ৰাজনৈতিক এজেণ্ডা সন্মুখত ৰাখি এনে অদূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰে যে নেপাল চৰকাৰে সাংবিধানিক সংশোধন গৃহীত কৰাৰ ক্ষেত্ৰত অধিক তৎপৰতা দেখুৱালে।

নেপালৰ হাতত তেওঁলোকৰ দাবীৰ সপক্ষে কোনো সবল ঐতিহাসিক তথ্য প্ৰমান নাই বুলিও দোহাৰে ভাৰতে।

বিদেশ মন্ত্ৰ্যালয়ে নেপালৰ সংসদৰ ঘটনাক্ৰমৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,’’এই কৃত্ৰিম সম্প্ৰসাৰণ প্ৰমান বা ঐতিহাসিক তথ্যৰ ওপৰত আধাৰিত নহয়। ইয়াক কোনো প্ৰকাৰে মানি ল’ব নোৱাৰি। দীৰ্ঘদিন ধৰি সীমা সমস্যাটোৰ আলোচনাৰ মাজেৰে সমাধান সূত্ৰ উলিওৱাৰ আমাৰ বুজাবুজিকো উংলঘা কৰা হৈছে।‘’

উল্লেখ্য যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে লিপুলেখলৈকে এটা ৰাস্তা উদ্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু নেপালে ইয়াক তেওঁলোকৰ ভূমি বুলি দাবী কৰিছিল। ,

আনহাতে, ভাৰতেও ইয়াৰ বিৰোধিতাৰে এয়া ভাৰতৰ অংশ বুলি কাঠমাণ্ডুক সোঁৱৰাই দিছিল।

Recent News

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

ব্যৰ্থ মহাকাশ অভিযান, পিএছএলভি ৰকেটৰ ব্যৱহাৰ বন্ধ কৰিলে ইছৰোৱে

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিব নতুন ট্ৰেইনঃ বৈদ্যুতিক ইঞ্জিনৰ পৰীক্ষামূলক চলাচল সম্পূৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd