• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেপালৰ নতুন বিতৰ্কিত মানচিত্ৰক লৈ অসন্তুষ্ট ভাৰতে নিজৰ প্ৰতিক্ৰিয়াত কি ক’লে?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2020 9:19 am
142828-ubvrbshalr-1592052189

নেপালৰ সংসদৰ প্ৰতিনিধিত্বমূলক ফাইল ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ নিম্ন সদনে বিতৰ্কিত মানচিত্ৰ সংশোধনী বিধেয়ক গৃহীত কৰিলে। বিতৰ্কিত মানচিত্ৰখনত ভাৰতৰ লিপুলেখ, কালাপানী আৰু লিংপিয়াধুৰাক অন্তৰ্ভুক্ত কৰিছে।

এতিয়া উচ্চ সদনত গৃহীত হৈ ৰাষ্ট্ৰপতিৰ অনুমোদন লাভ কৰাৰ পাছতে বিধেয়কখনে আইনৰ ৰূপ পাব।

Apply Now

নেপালৰ এই কাৰ্যৰ সন্দৰ্ভত ভাৰত চৰকাৰে কয় যে নেপাল চৰকাৰে নিম্ন সদনত এই সাংবিধানিক সংশোধন বিধেয়ক গৃহীত কৰি সীমা বিষয়টোৰ ৰাজনীতিকৰণ কৰিছে।

নেপাল চৰকাৰে বিষয়টো আলোচনাৰ মাজেৰে সমাধান কৰাৰ ক্ষেত্ৰত সামান্যও গুৰুত্ব নেদেখুৱাৰ অভিযোগ কৰিছে ভাৰতে।

দেশখনে সাধাৰণ ৰাজনৈতিক এজেণ্ডা সন্মুখত ৰাখি এনে অদূৰদৰ্শী পদক্ষেপ গ্ৰহণ কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভাৰতে।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰে যে নেপাল চৰকাৰে সাংবিধানিক সংশোধন গৃহীত কৰাৰ ক্ষেত্ৰত অধিক তৎপৰতা দেখুৱালে।

নেপালৰ হাতত তেওঁলোকৰ দাবীৰ সপক্ষে কোনো সবল ঐতিহাসিক তথ্য প্ৰমান নাই বুলিও দোহাৰে ভাৰতে।

বিদেশ মন্ত্ৰ্যালয়ে নেপালৰ সংসদৰ ঘটনাক্ৰমৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়,’’এই কৃত্ৰিম সম্প্ৰসাৰণ প্ৰমান বা ঐতিহাসিক তথ্যৰ ওপৰত আধাৰিত নহয়। ইয়াক কোনো প্ৰকাৰে মানি ল’ব নোৱাৰি। দীৰ্ঘদিন ধৰি সীমা সমস্যাটোৰ আলোচনাৰ মাজেৰে সমাধান সূত্ৰ উলিওৱাৰ আমাৰ বুজাবুজিকো উংলঘা কৰা হৈছে।‘’

উল্লেখ্য যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে লিপুলেখলৈকে এটা ৰাস্তা উদ্বোধন কৰাৰ পাছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু নেপালে ইয়াক তেওঁলোকৰ ভূমি বুলি দাবী কৰিছিল। ,

আনহাতে, ভাৰতেও ইয়াৰ বিৰোধিতাৰে এয়া ভাৰতৰ অংশ বুলি কাঠমাণ্ডুক সোঁৱৰাই দিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

ক্ৰিকেটৰ সৈতে কি গভীৰ সম্পৰ্ক কেতন আগৰৱালা হত্যাৰ অভিযুক্ত ছিয়া আৰু চেতনৰ?

June 27, 2026 2:30 pm
শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

শিক্ষামন্ত্ৰীৰ জন্মদিনত ব্যতিক্ৰমী উপহাৰ : পদত্যাগ বিচাৰিলে ককৰোচ পাৰ্টিয়ে

June 27, 2026 1:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

বেজিঙত চীনৰ আটাইতকৈ সুউচ্চ অট্টালিকাত খুন্দা মাৰি ভাঙি পৰিল বিমান; চহৰত চৰম আতংক

June 27, 2026 3:13 pm
ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

ফ্ৰান্সৰ সংগীত উৎসৱত ভয়ংকৰ অৰাজকতা : ড্ৰাগছ সেৱন কৰাই যুৱতীক ধৰ্ষণ আৰু ছিৰিঞ্জ আক্ৰমণ

June 27, 2026 2:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd