• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছন: পাকিস্তান বাহিৰ, ভাৰতৰ বাহাল ৰ’ল সদস্য পদ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
December 13, 2021 9:33 pm
130
VIEWS
Share on FacebookShare on Twitter

চীন, পাকিস্তান আদিৰ পৰা ভাৰতৰ সাগৰীয় পথেৰে আহি থকা অহৰহ ভাবুকিৰ মাজতে ভাৰতে ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ সদস্য পদ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে।

ইয়াৰ বিপৰীতে সংস্থাটোৰ সদস্য পদ বিচাৰি মুখ থেকেচা খাবলগীয়া হৈছে ভাৰতৰ চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তান।

ব্ৰিটেইনৰ লণ্ডনত ৬ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ সন্মিলনত ভাৰতৰ সদস্য পদ ভোটৰ জৰিয়তে নিশ্চিত কৰা হয়।

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ সদস্য পদৰ বাবে অনুষ্ঠিত ভোটত ভাৰতে ১৩৩ টা ভোট লাভ কৰি সংস্থাটোৰ খ শাখাৰ সদস্য পদ বাহাল ৰাখিবলৈ সক্ষম হয়।

ইণ্টাৰেছনেল মেৰিটাইম অৰ্গানাইজেছনৰ খ শাখাৰ দেশ সমূহ হৈছে ক্ৰমে অষ্ট্ৰেলিয়া, ব্ৰাজিল,কানাডা, ফ্ৰান্স,জাৰ্মানী, নেডাৰলেণ্ড,স্পেইন,ছুইডেন আৰু সংযুক্ত আৰৱ গণৰাজ্য।

১৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব সংস্থাটোৰ সন্মিলন। এই সন্মিলনত সংস্থাটোৰ ১৭৫ খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছে।

সংস্থাটোৰ ক শাখাৰ সদস্য ৰাষ্ট্ৰ কেই খন হৈছে ক্ৰমে চীন, গ্ৰীচ,ইটালী, জাপান,নৰ’ৱে, পানামা,দক্ষিণ কোৰিয়া,ৰাছিয়া, ব্ৰিটেইন,আমেৰিকা।

Recent News

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

পুৰুষতকৈ গড় আয়ুস বেছি মহিলাৰ : কিয় জানেনে?

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd