• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নিজেই অভাৱগ্ৰস্ত; অথচ চাইবেৰিয়ালৈ ৯০ টন COVID-19 ৰ চিকিৎসা সামগ্ৰী প্ৰেৰণ ভাৰতৰ

স্বাস্থ্য মন্ত্ৰালয়ৰ অজ্ঞতা প্ৰকাশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2020 11:05 am
EUSKmwFXkAAvojW
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ লগতে ভাৰততো ক’ৰ’নাই নৰ সংহাৰৰূপ ধাৰণ কৰিছে।

দেশত ক্ৰমশঃ বৃদ্ধি পাই আহিছে ক’ৰ’নাক্ৰান্তৰ সংখ্যা। আক্ৰান্তৰ চিকিৎসা সামগ্ৰীৰ নাটনিৰ কথা দেশৰ সবৰ্ত্ৰে চৰ্চা চলিছে।

আনকি এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে চীনৰ পৰা চিকিৎসা সামগ্ৰী আমদানি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতে।

তেনে এক সময়তে পোহৰলৈ আহিছে ভাৰতে ক’ৰ’না ভাইৰাছৰ ৯০ টন চিকিৎসা সামগ্ৰী চাইবেৰিয়ালৈ প্ৰেৰণ কৰিছে।

সমগ্ৰ বিষয়টো  পোহৰলৈ আহিছে চাইবেৰিয়াৰ UNDP (United Nations Development Programme)ৰ এটা টুইটৰ পৰা।

The 2nd cargo Boeing 747 with 90t of medical protective equipment landed from India to Belgrade today. The transportation of valuable supplies purchased by @SerbianGov has been fully funded by the #EU while @UNDPSerbia organized the flight & ensured the fastest possible delivery. pic.twitter.com/pMZqV7dwTg

— UNDP in Serbia (@UNDPSerbia) March 29, 2020

অৱশ্যে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে এই বিষয়ে অজ্ঞতাহে প্ৰকাশ কৰিছে।

UNDPৰ টুইটোত উল্লেখ আছে যে, দুখন কাৰ্গ’ বয়িং বিমানেৰে ৯০ টন চিকিৎসা সামগ্ৰী ভাৰতৰ পৰা বেলগ্ৰেডে লাভ কৰাৰ কথা।

উক্ত ৯০ টন সামগ্ৰীৰ ভিতৰত ৫০ টন চাৰ্জিকেল গ্ল’ভছ আছে। তাৰোপৰি মাস্ক আৰু চিকিৎসা কৰ্মীয়ে পৰিধান কৰা পোছাকো আছে সেই সামগ্ৰীসমূহৰ ভিতৰত।

কোচি বিমান বন্দৰৰ মুখপাত্ৰই কয় যে যোৱা ২৯ মাৰ্চত বিমান বন্দৰটোৰ পৰা ৩৫ লাখ বীজাণু মুক্ত চাৰ্জিকেল গ্ল’ভছৰ যোৰা প্ৰেৰণ কৰাৰ চালান কটা হৈছিল।

আনহাতে ট্ৰেন্সভিয়াক্সপ’ৰ্ট এয়াৰলাইন্সৰ কাৰ্গ’ ফাইটাৰ বিমানেৰে ৩০ টন চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাৰ ৰচিদো আছে কোচিন কাষ্টমৰ কাৰ্য়ালয়ত।

এই কথা পোহৰলৈ অহাৰ লগে লগে কংগ্ৰেছে চৰকাৰক আক্ৰমণ কৰা দেখা গৈছে।

কংগ্ৰেছে আক্ৰমণ কৰি কয় যে, দেশত ক’ৰ’না ভাইৰাছে সংক্ৰমণ ঘটাৰ পিছত আক্ৰান্তৰ চিকিৎসা সেৱাত নিয়োজিত দেশৰ প্ৰায় এশ চিকিসৎকক সুৰক্ষিত চিকিৎসা সামগ্ৰীৰ অভাৱৰ কাৰণে কোৱাৰেন্টাইন কৰিবলগীয়া হৈছে।

What is this happening Mr Prime Minister @narendramodi ? While Frontline Indian Health workers are struggling for protective equipment we are supplying Serbia.@airindiain to fly out Germans & 90 Tonnes of Protective Medical Equipment to Serbia. Are we nuts ? This is CRIMINAL. https://t.co/JY4ixlnJkz

— Manish Tewari (@ManishTewari) April 1, 2020

তেনে অৱ্স্থাত চাইবেৰিয়ালৈ চিকিৎসা সামগ্ৰী প্ৰেৰণ কৰাটোক দলটোৱে মানি ল’ব পৰা নাই।

ইফালে যোৱা সোমবাৰে ভাৰতে ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ চীন আৰু দক্ষিণ কোৰিয়াৰ পৰা চিকিৎসা সামগ্ৰী আমদানি কৰাৰ কথা ঘোষণা কৰিছিল।

Tags: COVID19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd