• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্ব ক্ৰীড়াত লজ্জানত অসম; এয়াই নেকি সোণোৱাল চৰকাৰৰ গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী কৰাৰ নমুনা?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 6, 2020 9:21 am
Barsapara

বৰ্ষাপাৰাত ৫ জানুৱাৰিত ভাৰত-শ্ৰীলংকা টি-২০-ৰ সময়ৰ এটা দৃশ্য।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে গঢ়ি তুলিব খোজা ক্ৰীড়াৰ ৰাজধানীৰ নমুনা দেখি সমগ্ৰ বিশ্ব আচৰিত হৈ পৰিছে। অসম ক্ৰিকেট সন্থাৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতা তথা অকৰ্মণ্যতাৰ ৰ বাবে সমগ্ৰ বিশ্বৰ ওচৰত লজ্জানত হ’ল অসম।

দেওবাৰে অৰ্থাৎ ৫ জানুৱাৰিত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আছিল ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ T-20 শৃংখলাৰ প্ৰথমখন খেল। কিন্তু দেওবাৰে খেলখন আৰম্ভ হোৱাৰ পূৰ্বে কিছু সময় ধাৰাষাৰ বৰষুণ হয়। বৰষুণৰ ফলত খেলপথাৰখন পানীৰে ভৰি পৰাৰ লগতে বলিং আৰু বেটিঙৰ বাবে ফিল্ডখন সেমেকি গৈছিল।

ইফালে দুয়োটা দলে T-20 শৃংখলাৰ প্ৰথমখন খেল যিকোনো প্ৰকাৰে হোৱাটো বিচাৰিছিল। গতিকে প্ৰায় ৮ মান বজাত বৰষুণ এৰাৰ পিছতে বি চি আইৰ বিষয়াই ফিল্ডখন খেলাৰ বাবে উপোযগী হ’ব নে নহয় তাক পৰীক্ষা কৰিবলৈ লয়। আৰু সেই সময়তে অসমক ক্ৰিকেট সন্থাই খেলপথাৰ শুকুৱাবলৈ ব্যৱহাৰ কৰা সামগ্ৰীয়ে সমগ্ৰ বিশ্বক আচৰিত কৰি তোলে।

অসমক লজ্জানত কৰি অসম ক্ৰিকেট সন্থাই ফিল্ড শুকুৱাবলৈ আনিলে  হেয়াৰ ড্ৰায়াৰ, ঘৰ চাফা কৰা ভেকুৱাম ক্লিনাৰ আৰু ইস্ত্ৰি। আনকি এই দৃশ্য দেখি বাকৰুদ্ধ হৈ পৰিল টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলি আৰু শিখৰ ধাৱন।

এই দৃশ্য বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰছে। বিভিন্নজনে ছচিয়েল মিডিয়াৰ জৰিয়তে ইয়াৰ ক্ষোভ উজাৰিছে। ছচিয়েল মিডিয়াত এজন ক্ৰিকেট অনুৰাগীয়ে কয়, “পাকিস্তানত PSLৰ এখন খেলত হেলিকপ্টাৰে ফিল্ড শুকুৱাইছিল, আমাৰ অসমত আকৌ ক’লা পতাকাৰ পৰা বাছিবলেহে হেলিকপ্টাৰ ব্যৱহাৰ কৰে।”

অসম ক্ৰিকেট সন্থাৰ কাণ্ড দেখি আম্পায়াৰ, মেচ ৰেফাৰীও আচৰিত হৈ ৰ’ল। অৱশেষত ফিল্ডখন খেল খেলাৰ বাবে উপযোগী হৈ নুঠাত তথা অসম ক্ৰিকেট সন্থাৰ নিৰ্লজ্জ কাণ্ডৰ বাবে ভাৰত-শ্ৰীলংকাৰ T-20 শৃংখলাৰ প্ৰথমখন খেল বাতিল কৰিব লগীয়া হয়।

সোণোৱাল চৰকাৰে গঢ়ি তুলিব খোজা ক্ৰীড়াৰ ৰাজধানী গুৱাহাটীয়ে মাত্ৰ এজাক কিছু সময়ৰ বাবে অহা বৰষুণৰ পৰা বচাব নোৱাৰিলে খেলপথাৰখন।  বহু ক্ৰিকেট অনুৰাগীয়ে ছচিয়েল মিডিয়াৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালক প্ৰশ্ন কৰিছে, “এয়াই নেকি ক্ৰীড়াৰ ৰাজধানী গুৱাহাটীৰ নমুনা, ESPN, CRICBUZZ এ আমাক হাঁহিছে।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd