• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্তৰ বিপৰীতে আমেৰিকা, জাপান, ইটালীতকৈ অধিক সংখ্যক লোকৰ পৰীক্ষা সম্পন্ন কৰিছে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 16, 2020 10:17 pm
1537 persons cured of COVID-19 in Assam

প্ৰতিনিধিত্বমূলক ফটো

1.4k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত ভাৰতে কম সংখ্যক লোকক পৰীক্ষা কৰিছে বুলি কোৱাটো ভুল হ’ব বুলি উল্লেখ কৰে ইণ্ডিয়ান মেডিকেল ৰিচাৰ্ছ কাউঞ্চিলে(আই চি এম আৰ)।

ভাৰতে প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ বিপৰীতে জাপান, ইটালী, আমেৰিকাতকৈ অধিক সংখ্যক লোকৰ পৰীক্ষা সম্পন্ন কৰিছে বুলিও আই চি এম আৰে মন্তব্য কৰে।

‘‘ভাৰতে প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্ত ৰোগীৰ বিপৰীতে ২৪ গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰিছে। এইক্ষেত্ৰত জাপানে প্ৰতিগৰাকী ক’ৰ’না আক্ৰান্তৰ বিপৰীতে ১১.৭, ইটালীয়ে ৬.৭, আমেৰিকাই ৫.৩ আৰু য়ু কে ৪.৩ গৰাকী লোকৰ পৰীক্ষা সম্পন্ন কৰিছে,’’ আই চি এম আৰে তথ্য দাঙি ধৰি কয়।

বৰ্তমানলৈ ভাৰতে ২,৯০,৪০১ টা ক’ৰ’নাভাইৰাছৰ পৰীক্ষা কৰিছে।

উল্লেখযোগ্য যে, বিভিন্ন বিৰোধী ৰাজনৈতিক নেতাই ভাৰতে এতিয়ালৈ কম সংখ্যক ক’ৰ’না ভাইৰাছ টেষ্ট কৰিছে বুলি চৰকাৰক সমালোচনা কৰি আহিছে।

ভাৰত চৰকাৰে বিভিন্ন ৰাজ্য চৰকাৰৰ সহযোগত দেশত ক’ৰ’না ভাইৰাছ টেষ্টিং পৰীক্ষাগাৰৰ সংখ্যা বৃদ্ধি কৰিছে।

প্ৰতিদিনে ভাৰতে ১৮,০০০ কৈ অধিক ক’ৰ’না ভাইৰাছ টেষ্ট সফলভাৱে সম্পন্ন কৰিছে বুলিও আই চি এম আৰে উল্লেখ কৰি ভবিষ্যত সময়ত ইয়াৰ মাত্ৰা আৰু অধিক বৃদ্ধি কৰা হ’ব বুলি কয়।

Tags: COVID-19

Recent News

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

AIৰ ওপৰত অত্যাধিক নিৰ্ভশীলতাই সংকোচিত কৰি আহিছে মানুহৰ চিন্তা-চেতনা! অৱশ কৰি তুলিছে মানুহৰ মন-মগজু…

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd