• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2025 12:16 pm
47
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিয়ে বিধেয়ক গৃহীত কৰাৰ সময়সীমাৰে প্ৰশাসন আৰু ন্যায়পালিকাৰ মাজত মতানৈক্য বাঢ়িছে। বুধবাৰে এই বিষয়ত পুনৰ উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন হ’ল কেন্দ্ৰ। মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ বিভাগীয় বিচাৰপীঠে সুধিলে, বহু ক্ষেত্ৰত তিনি-চাৰি বছৰ ধৰি ৰাজ্যপালসকলৰ মাজত বিধেয়ক আবদ্ধ হৈ থাকে। তাৰ পিছতো কেনেদৰে ৰাজ্য চৰকাৰৰ আশংকা ভিত্তিহীন বুলি কৈছে?

কেইমাহমানৰ আগতে উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিভাগীয় বিচাৰপীঠে ৰায় দিছিল যে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিয়েও বিধায়িনী দলে গৃহীত কৰা কোনো বিধেয়ক অনিৰ্দিষ্টকাললৈ ধৰি ৰাখিব নোৱাৰে। সেই বিধেয়কখনৰ সন্দৰ্ভত তেওঁলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সিদ্ধান্ত ল’ব লাগিব। কেন্দ্ৰই দাবী কৰিছে যে উচ্চতম ন্যায়ালয়ে ৰাজ্যপাল বা ৰাষ্ট্ৰপতিক এনেদৰে ‘নিৰ্দেশনা’ কৰিব নোৱাৰে। উচ্চতম ন্যায়ালয়ে পাছলৈ যুক্তি দিছিল যে সংবিধানৰ ১৪২ নং অনুচ্ছেদ অনুসৰি উচ্চতম ন্যায়ালয়ে আইনৰ বাহিৰলৈ গৈ ‘ন্যায় প্ৰতিষ্ঠাৰ উদ্দেশ্যে’ বিশেষ ৰায়দান দিব পাৰে। এই গোচৰতো উচ্চতম ন্যায়ালয়েও একেই কাম কৰিলে। ইয়াৰ বাবে ইতিমধ্যে শাসকীয় শিবিৰৰ বহু নেতাই ন্যায়পালিকাক তীব্র সমালোচনা কৰিছে৷ পাছলৈ উচ্চতম ন্যায়ালয়েও একাধিক প্ৰশ্নত কেন্দ্ৰক আঘাত কৰিছে।

Apply Now

বুধবাৰে সেই গোচৰৰ শুনানিৰ সময়ত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কেন্দ্ৰৰ হৈ দাবী কৰিছিল যে বিগত ৫৫ বছৰত অনুমোদনৰ বাবে মাত্ৰ ২০খন বিলহে স্থগিত ৰখা হৈছে। এমাহৰ ভিতৰত ৯০ শতাংশ বিধেয়ক অনুমোদন কৰা হৈছে। গতিকে বিধেয়ক গৃহীতক লৈ ৰাজ্য চৰকাৰসমূহে যি আশংকা কৰিছে সেয়া মিছা আশংকা। এনে আশংকা সন্দৰ্ভত নতুন পদক্ষেপ লোৱাৰ প্ৰয়োজন নাই। কেন্দ্ৰৰ যুক্তিৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশে মৌখিকভাৱে প্ৰশ্ন কৰে- “৩-৪ বছৰ ধৰি কিছুমান বিল আবদ্ধ হৈ আছে। তেতিয়াও এই আশংকা ভিত্তিহীন বুলি কেনেকৈ কোৱা হৈছে?”

কেন্দ্ৰই অৱশ্যে স্পষ্টভাৱে উল্লেখ কৰিছিল যে ৰাজ্যপাল আৰু ৰাষ্ট্ৰপতিৰ কাৰ্যালয় ৰাজনৈতিকভাৱে স্বায়ত্তশাসিত। তেওঁলোকে গণতান্ত্ৰিক প্ৰশাসনতকৈ উন্নত আদৰ্শত বিশ্বাস কৰে। গতিকে ৰাষ্ট্ৰপতি বা ৰাজ্যপালৰ কাৰ্যালয়ত যদি কিবা ত্ৰুটি থাকে তেন্তে সেয়া ৰাজনৈতিকভাৱে ঠিক কৰিব লাগিব। ন্যায়পালিকাৰ অপ্ৰয়োজনীয় হস্তক্ষেপে সাংবিধানিক সংকটৰ সৃষ্টি কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm
মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

মণিপুৰত পুনৰ ৰক্তক্ষয়! জিৰিবামত দুই আদিবাসী মহিলাক গুলীয়াই হত্যা, জ্বলাই দিয়া হ’ল খামাৰঘৰ

September 15, 2026 9:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd