• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা : ভাৰতৰ দল ঘোষণা, সোমাল সূৰ্যকুমাৰ যাদৱ- প্ৰসিদ্ধ কৃষ্ণ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 19, 2021 4:35 pm
330
VIEWS
Share on FacebookShare on Twitter

২৩ মাৰ্চৰ পৰা ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগা তিনিখনীয়া এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে।

বিচিচিআইয়ে শুকুৰবাৰে খেলুৱৈসকলৰ নাম ঘোষণা কৰে।

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা চতুৰ্থখন টি-২০ মেচত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা নৱাগত বেটছমেন সূৰ্যকুমাৰ যাদৱ আৰু ফাষ্ট বলাৰ প্ৰসিদ্ধ কৃষ্ণৱেও দলত স্থান লাভ কৰিছে।

আঘাতজনিত সমস্যাৰ বাবে অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাডেজা আৰু ফাষ্ট বলাৰ মহম্মদ ছামী দলৰ পৰা বাদ পৰিছে।

আনহাতে, দীৰ্ঘদিনৰ বিৰতিৰ পাছত ফাষ্ট বলাৰ ভুৱনেশ্বৰ কুমাৰ আৰু অলৰাউণ্ডাৰ ক্ৰুণাল পাণ্ডিয়াই দলত স্থান লাভ কৰিছে।

উল্লেখযোগ্য যে ক’ভিড-১৯ৰ লকডাউনৰ পাছত প্ৰায় এবছৰৰ পাছত ভাৰতত পুনৰ এদিনীয়া ক্ৰিকেট শৃংখলা অনুষ্ঠিত হ’ব।

ইয়াৰ পূৰ্বে ২০২০ চনৰ ১৯ জানুৱাৰীত অষ্ট্ৰেলিয়াৰ বিপক্ষে বেংগালুৰুত শেষবাৰৰ বাবে এদিনীয়া মেচ অনুষ্ঠিত হৈছিল।

শৃংখলাটোৰ তিনিওখন মেচ পুনেত ২৩, ২৬ আৰু ২৮ মাৰ্চত অনুষ্ঠিত হ’ব।

ঘোষিত দলটো-

বিৰাট কোহলী (অধিনায়ক), ৰোহিত শৰ্মা (সহঃ অধিনায়ক), শিখৰ ধাৱান, শুৱনম গীল, শ্ৰেয়ষ আয়াৰ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া, ঋষভ পণ্ট (উইকেটকীপাৰ), য়ুজভেন্দ্ৰ চাহাল, কে এল ৰাহুল (উইকেটকীপাৰ), কুলদ্বীপ যাদৱ, ক্ৰুণাল পাণ্ডিয়া, ৱাশ্চিংটন সুন্দৰ, টি নটৰাজন, ভুৱনেশ্বৰ কুমাৰ, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ আৰু শ্বাৰদুল ঠাকুৰ।

Recent News

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

৪০০ কোটি টকাৰ দুৰ্নীতি! অস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীক পলাতক ঘোষণা আদালতৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

শৌচাগাৰত বহি ভাৰ্চুৱেল শুনানিত হাজিৰ হোৱা! ঘটনাৰ দৃষ্টিগোচৰ হোৱাত নিজাববীয়া ব্যৱস্থা গ্ৰহণ উচ্চ ন্যায়ালয়ৰ

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd