• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰ্ষাপাৰাত টছৰ পাছতেই বৰষুণ; স্থগিত ভাৰত-শ্ৰীলংকাৰ টি-২০ মেচ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 5, 2020 7:56 pm
Capture

ফটো উৎস : বি চি চি আই

1.4k
VIEWS
Share on FacebookShare on Twitter

আজি গুৱাহাটীত ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া টি-২০ শৃংখলাৰ প্ৰথমখন মেচত বিধি-পথালিৰ সৃষ্টি কৰিছে বৰষুণে।

৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেচখনত ভাৰতে প্ৰথমে টছত জয়ী হৈ আলহী দল শ্ৰীলংকাক বেটিং কৰিবলৈ আমন্ত্ৰণ জনাইছিল। কিন্তু মেচ আৰম্ভ হোৱাৰ ঠিক আগে আগে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে সম্প্ৰতি স্থগিত ৰাগিবলগীয়া হৈছে মেচখন।

উল্লেখ্য যে পুৱাৰে পৰা গুৱাহাটীৰ আকাশ ডাৱৰীয়া হৈ আছিল আৰু বতৰ বিশেষজ্ঞসকলে মেচৰ সময়ত গুৱাহাটীত বৰষুণ হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰিছিল।

ইফালে বহু প্ৰত্যাশিত মেচখন আৰম্ভ নোহোৱাতেই বৰষুণে ব্যাঘাত জন্মোৱাত এতিয়া হতাশ হৈ পৰিছে অধীৰ আগ্ৰহেৰে ষ্টেডিয়ামত ৰৈ থকা হাজাৰ-হাজাৰ দৰ্শক।

আজিৰ মেচখনত বিৰাট কোহলী নেতৃত্বাধীন ভাৰতীয় দলত দীৰ্ঘদিনৰ বিৰতিৰ মূৰত বাওঁহতীয়া অপেনাৰ শিখৰ ধাৱান আৰু ডেথ স্পেচিয়েলিষ্ট বলাৰ যশপ্ৰীত বুমৰাহক প্লেয়িং ইলেভেনত অন্তৰ্ভুক্ত কৰা হৈছিল।

উল্লেখ্য যে, সুদীৰ্ঘ ২২ মাহৰ অন্তত কোনো আন্তঃৰাষ্ট্ৰীয় টি-২০ মেচত মুখামুখি হ’ব ভাৰত আৰু শ্ৰীলংকা। এই পৰ্যন্ত দুয়োটা দলে ১৬খন টি-২০ মেচত অৱতীৰ্ণ হৈছে আৰু ইয়াৰে ১১ খনত ভাৰত আৰু পাঁচখন মেচত শ্ৰীলংকা দলে জয়লাভ কৰিছে।

Recent News

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd