• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিমানত নাবালিকাৰ সমুখত হস্তমৈথুন! গ্ৰেপ্তাৰ ভাৰতীয় মূলৰ মাৰ্কিন চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 12, 2023 8:18 pm
Doctor Arrested For Masturbating On Flight
2.2k
VIEWS
Share on FacebookShare on Twitter

এক ঘৃণনীয় কাৰ্যৰ বাবে গ্ৰেপ্তাৰ হৈছে ভাৰতীয় মূলৰ এগৰাকী মাৰ্কিন চিকিৎসক। বিমানত এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ সমুখত হস্তমৈথুন কৰাৰ অভিযোগত ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেশ্যন, চমুকৈ এফ বি আয়ে গ্ৰেপ্তাৰ কৰিছে চিকিৎসকগৰাকীক।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা বৰ্ষৰ মে’ মাহত সংঘটিত হৈছিল এই কাণ্ড। হ’ন’লুলুৰ পৰা বষ্টনলৈ যাত্ৰাৰত এখন বিমানত ডাঃ সুদীপ্ত মহান্তী নামৰ চিকিৎসকগৰাকীয়ে এই লজ্জাজনক কাণ্ডত লিপ্ত হৈছিল।

বৃহস্পতিবাৰে এফ বি আয়ে মেছাচুচেটছৰ পৰা বষ্টনৰ বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰৰ চিকিৎসক ডাঃ সুদীপ্ত মহান্তীক গ্ৰেপ্তাৰ কৰি প্ৰাসংগিক ধাৰাৰ অধীনত অভিযুক্ত কৰে।

প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ঘটনাৰ দিনা ডাঃ মহান্তীয়ে এগৰাকী মহিলা সংগীৰ সৈতে যাত্ৰা কৰিছিলল। তেওঁলোকৰ কাষতে বহিছিল ককাক-আইতাকৰ সৈতে যাত্ৰা কৰা ১৪ বছৰীয়া কিশোৰীগৰাকী।

বিমানখমে প্ৰায় আধা পথ অতিক্ৰম কৰাৰ সময়তে কিশোৰীগৰাকীয়ে লক্ষ্য কৰে যে তেওঁৰ কাষৰ আসনত থকা মহান্তীয়ে ডিঙিলৈকে কম্বল এখনেৰে ঢাকি ৰাখিছে আৰু ভৰিখন ওপৰ-তল কৰি উঠা-নমা কৰি আছে।

কিছু সময়ৰ পিছতে কিশোৰীগৰাকীয়ে লক্ষ্য কৰে যে মহান্তীয়ে গাত লৈ থকা কম্বলখন তলত পৰি আছে আৰু উন্মুক্ত অৱস্থাত মহান্তীয়ে হস্তমৈথুন কৰি আছে। বষ্টনত অৱতৰণ কৰাৰ পিছত কিশোৰীগৰাকীয়ে পৰিয়ালক এই বিষয়ে অৱগত কৰে আৰু কৰ্তৃপক্ষক অৱগত কৰা হয়।

বৃহস্পতিবাৰে ফেডাৰেল আদালতত হাজিৰ হোৱা ডাঃ মহান্তীৰ বিৰুদ্ধে বিমানত থকা কিশোৰীৰ সন্মুখত অশ্লীল কাম কৰাৰ অভিযোগ উত্থাপন কৰা হয়। এই অভিযোগত ৯০ দিন পৰ্যন্ত কাৰাদণ্ড, এবছৰ পৰ্যন্ত নিৰীক্ষণত মুক্তি আৰু ৫ হাজাৰ ডলাৰ পৰ্যন্ত জৰিমনা বিহা হয়।

Recent News

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

পূৰ্বে দুবাৰকৈ বিফল বিয়া, এইবাৰ তৃতীয় বিবাহৰ সাতদিন পাছতেই নৱবিবাহিতাক হত্যা স্বামীৰ

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

ভাৰত-আমেৰিকাৰ যৌথ প্ৰচেষ্টাত আকাশত উৰিল সামৰিক বিমান ‘চি-১৭ গ্ল’বমাষ্টাৰ’

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

অবিশ্বাস্য! একেলগে অন্তঃসত্ত্বা হ’ল একেখন হাস্পতালৰ ১৪ গৰাকী নাৰ্ছ, কিন্তু কেনেকৈ?

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

‘ইঅ’এছ-০৯’ মহাকাশলৈ প্ৰেৰণ অভিযান বিফল, সদৰী কৰিলে ইছৰোৰ মুৰব্বী ভি নাৰায়ণনে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd