• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

YouTube ৰ শীৰ্ষ পদত ভাৰতীয় বংশোদ্ভূত; নতুন মুখ্য কাৰ্যবাহী বিষয়া নীল মোহন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2023 8:08 am
YouTube ৰ শীৰ্ষ পদত ভাৰতীয় বংশোদ্ভূত; নতুন মুখ্য কাৰ্যবাহী বিষয়া নীল মোহন

ইউটিউবৰ সদ্য পদত্যাগী চিইঅ' চুজান ওৱজচিকি (বাওঁফালে) আৰু নতুন চিইঅ' নীল মোহন (সোঁফালে)। ফটো: সংগৃহিত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুজান ওৱজচিকিয়ে বিশ্বৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক ব্যৱহৃত ভিডিঅ’ ষ্ট্ৰীমিং সংস্থা ইউটিউবৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’)পদ ত্যাগ কৰিছে। ভাৰতীয় মূলৰ নীল মোহন তেওঁৰ ঠাইত নতুন চিইঅ’ হ’ব। চুজানে বৃহস্পতিবাৰে সামাজিক মাধ্যমত এটা পোষ্টত এইকথা সদৰী কৰিছে। এই পৰিৱৰ্তন এনে এটা সময়ত আহিছে যেতিয়া ইউটিউব-য়ে টিকটক আৰু নেটফ্লিক্সৰ সৈতে চূড়ান্ত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে।

চুজান জন্মলগ্নৰ পৰাই ইউটিউবৰ সৈতে আছে। ২৫ বছৰ পূৰ্বে তেওঁৰ হাত ধৰিয়েই  যাত্ৰা আৰম্ভ কৰিছিল ইউটিউবে। তেওঁ ২০১৪ চনৰ পৰা কোম্পানীটোৰ চিইঅ’ হৈ আছে। তাৰ আগতে, তেওঁ গুগলৰ বিজ্ঞাপন বিভাগৰ জ্যেষ্ঠ উপ-সভাপতি আছিল। গুগলৰ প্ৰাৰম্ভিক কৰ্মচাৰীসকলৰ মাজৰ এজন হৈছে চুজান। গুগলৰ আগতে তেওঁ চিপ নিৰ্মাতা ইণ্টেলত কাম কৰিছিল।

নতুন মুখ্য কাৰ্যবাহী বিষয়া নীল মোহন ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ এজন বৈদ্যুতিক অভিযন্তা। তেওঁ ২০০৮ চনত গুগলত যোগদান কৰিছিল। ২০১৫ চনত তেওঁ মুখ্য পণ্য বিষয়া হয়। নীলে গুগলৰ আগতে মাইক্ৰছফ্টত কাম কৰিছিল।

Thank you, @SusanWojcicki. It's been amazing to work with you over the years. You've built YouTube into an extraordinary home for creators and viewers. I'm excited to continue this awesome and important mission. Looking forward to what lies ahead… https://t.co/Rg5jXv1NGb

— Neal Mohan (@nealmohan) February 16, 2023

তদুপৰি নীল মোহন বহুতো প্ৰতিষ্ঠিত সংস্থাৰ পৰিষদৰ বোৰ্ড সদস্য আছিল। ইউটিউব মিউজিক, ইউটিউব শ্বৰ্টছ, ইউটিউব টিভি আৰু ইউটিউব প্ৰিমিয়াম তেওঁৰ মস্তিষ্কৰ উদ্ভাৱন।

তেওঁ ভাৰতীয় মূলৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ তালিকাত এটা নতুন নাম। আনকেইজন হৈছে  মাইক্ৰছফ্টত সত্য নাদেলা, আডোবিত শান্তনু নাৰায়ণ আৰু গুগল এলফাবেটৰ মুখ্য কাৰ্যবাহী বিষয়া সুন্দৰ পিচাই। ইন্দ্ৰা নুয়ি প্ৰায় ১২ বছৰ ধৰি পেপচিকোৰ মুখ্য কাৰ্যবাহী বিষয়া আছিল। তেওঁ ২০১৮ চনত সেই পদৰ পৰা পদত্যাগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

কঁপিব শত্ৰু! ওড়িশাত ‘অগ্নি ৫’ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষা

August 21, 2025 9:24 am
মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

‘এজন প্ৰাক্তন ন্যায়াধীশৰ তত্বাৱধানত নিৰপেক্ষ তদন্ত হওক’- এইবাৰ উচ্চতম ন্যায়ালয়ত ‘ভোট চুৰি’ সন্দৰ্ভত গোচৰ

August 21, 2025 10:52 am
‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

‘আৰু অধিক শক্তিশালী বাণিজ্যিক সম্পৰ্ক বিচাৰো’- ৰাছিয়াৰ সৈতে বৈঠকত বহি ট্ৰাম্পলৈ ভাৰতৰ বাৰ্তা

August 21, 2025 9:48 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd