• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভুটানত ভাৰতীয় সেনাৰ হেলিকপ্তাৰ দুৰ্ঘটনা, দুজন থিতাতে নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 27, 2019 6:00 pm
24.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সেনাৰ হেলিকপ্তাৰ এখন শুকুৰবাৰে ভুটানত দুৰ্ঘটনাত পতিত হৈছে আৰু দুগৰাকী আৰোহীয়ে থিতাতে প্ৰাণ হেৰুৱাইছে।

মৃত এজনক ভাৰতীয় সেনাৰ লেফটেনেণ্ট কৰ্নেল ৰাজনীশ পাৰ্মাৰ আৰু আনজনক ৰয়েল ভুটান আৰ্মিৰ কেপ্তেইন কালজাং ৱাংদি বুলি চিনাক্ত কৰা হৈছে।

হেলিকপ্তাৰখন ভুটানৰ ত্ৰেশ্বিগেঙৰ য়নফুলাৰ খেন্তংমেনি পাহাৰত খুন্দা মাৰি ধ্বংস হৈছে।

খবৰ মতে, য়নফুলাত অৱতৰণৰ বাবে আগবঢ়া হেলিকপ্তাৰখনে খেন্তংমেনি পাহাৰত খুন্দা মাৰে।

ঘটনাটোৰ সময়ত ঘন কুঁৱলিৰ বাবে দৃশ্যসাধ্যতা কম আছিল বুলি জানিব পৰা গৈছে।

ভুটিয়া সেনা বিষয়াজনে ভাৰতীয় সেনাৰ সৈতে প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল।

“ভুটানৰ য়ংফুলাৰ সমীপত দিনৰ ১ বজাত ভাৰতীয় সেনাৰ এখন হেলিকপ্তাৰ দুৰ্ঘটনাত পতিত হৈছে। ১ বজাৰ পিছতে হেলিকপ্তাৰখনে ৰে’দিঅ‘ সংকেত আৰু বিজুৱেল কন্তেক্ত হেৰুৱায়,” প্ৰতিৰক্ষা মুখপাত্ৰ কৰ্নেল আমান আনন্দে জনায়।

হেলিকপ্তাৰখনৰ অৱশিষ্টৰ সন্ধানত য়ংফুলাত ইতিমধ্যে সেনাই অভিযান আৰম্ভ কৰিছে আৰু ধ্বংসাৱশেষৰ সন্ধান পাইছে।

Recent News

‘ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক’- গণসুৰক্ষাত বিফল গুজৰাট যান-বাহন আৰক্ষীৰ এই অদ্ভুত পোষ্টাৰক লৈ বিতৰ্ক

‘ধৰ্ষণৰ পৰা হাত সাৰিবলৈ ঘৰতে থাকক’- গণসুৰক্ষাত বিফল গুজৰাট যান-বাহন আৰক্ষীৰ এই অদ্ভুত পোষ্টাৰক লৈ বিতৰ্ক

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: ৫ দিনত বেদখলমুক্ত হ’ল ১১০০ হেক্টৰ বনাঞ্চল

উৰিয়ামঘাটত বৃহৎ উচ্ছেদ অভিযান: ৫ দিনত বেদখলমুক্ত হ’ল ১১০০ হেক্টৰ বনাঞ্চল

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

বন সংৰক্ষণ আইনৰ উলংঘন! সোণাপুৰৰ সংৰক্ষিত বনাঞ্চলত অবৈধভাবে ৰিজৰ্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

চাইবাৰ অপৰাধৰ ঘটনাই অভিলেখ গঢ়িছে ভাৰতত! চাইবাৰ অপৰাধীয়ে ২০২৪ বৰ্ষত ভাৰতীয়ৰ পৰা সৰকালে ২৩ হাজাৰ কোটি টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd