• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ICU ৰ পৰা খেলপথাৰত অৰ্ধশতকীয় ইনিংছলৈ! ৰিজৱানৰ সুস্থতাৰ নেপথ্যত ভাৰতীয় চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2021 9:02 pm
Indian doctor Saheer Sainalabdeen who treated Mohammad Rizwan
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰিকেট বিশ্বই এবাৰ অনিল কুম্বলেক ভঙা কঁকালেৰেই খেলপথাৰত ক্ৰিকেট খেলি থকা দেখিছিল। শচীন তেণ্ডুলকাৰ, মহেন্দ্ৰ সিং ধোনীয়ে পিঠিৰ অসহনীয় বিষৰ পিছতো বেটিং কৰা প্ৰত্যক্ষ কৰিছিল। গ্ৰেম স্মিথে ভঙা আঙুলিৰে ক্ৰীজত অসাধাৰণ বেটিং কৰা দেখিবলৈ পাইছিল। এইবাৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ক্ৰিকেট অনুৰাগীয়ে পুনৰ দেখিবলৈ পালে তেনে এক কাৰ্য।

চলিত টি-২০ বিশ্বকাপৰ ছেমিফাইনেলত পাকিস্তানৰ উইকেট ৰক্ষক তথা অপেনিং বেটাৰ মহম্মদ ৰিজৱানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এক দৰ্শনীয় অৰ্ধশতকীয় ইনিংছেৰে সকলোকে আকৰ্ষিত কৰে। বহুতে হয়তু নাজানে যে খেলপথাৰত নমাৰ দুদিন পূৰ্বে তেওঁ চিকিৎসালয়ৰ ICU ত চিকিৎসাধীন হৈ আছিল। সেয়েহে ছেমিফাইনেলত দলত নথকাৰ সম্ভাৱনাই আছিল মহম্মদ ৰিজৱান।

কিন্তু তাৰ পিছতো ছেমিফাইনেলত অষ্ট্ৰেলিয়াৰ বিপক্ষে ৰিজৱানে যি দমনীয় প্ৰদৰ্শন আগবঢ়ালে, বিশ্বকাপৰ পৰা বাহিৰ হোৱা স্বত্বেও তেওঁ সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগীসকলৰ পৰা প্ৰশংসা লাভ কৰিছে।

ৰিজৱানৰ চিকিৎসকেও ৰিজৱানক ইমান কম সময়ৰ ভিতৰত ফিট হোৱা দেখি যথেষ্ট আচৰিত হৈছে। ৰিজৱান ডুবাইৰ এখন চিকিৎসালয়ত ভাৰতীয় মূলৰ বিশেষজ্ঞ চিকিৎসক শ্বাহিৰ চাইনালাবদিনৰ তত্বাৱধানত আছিল।ICU ত শয্যাশায়ী অৱস্থাতেই পাকিস্তানৰ তাৰকা খেলুৱৈ গৰাকীয়ে মন্তব্য কৰিছিল যে তেওঁ খেলিব বিচাৰে। এই সময়ত তেওঁ দলৰ সৈতে থাকিব বিচাৰে।

তেওঁৰ অসম্ভৱ মনৰ শক্তিয়ে চিকিৎসক গৰাকীক আচৰিত কৰি তুলিছিল। শ্বহীৰৰ ভাষাত, “ৰিজৱান ছেমিফাইনেলৰ দৰে এখন গুৰুত্বপূৰ্ণ মেচত খেলিবলৈ ব্যাকুল হৈ পৰিছিল। মানসিকভাৱে তেওঁ বহুত শক্তিশালী আৰু আত্মবিশ্বাসী। তেওঁ ইমান সোনকালে আৰোগ্য হোৱাটো আচৰিত।”

জ্বৰ, ঠাণ্ডা আৰু বুকুৰ বিষৰ বাবে ৰিজৱানক তিনিৰ পৰা চাৰি দিনৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসা দলটোৱে লগে লগে তেওঁৰ চিকিৎসা আৰম্ভ কৰিছিল। নিৰন্তৰ পৰ্যৱেক্ষণত ৰাখিবলৈ তেওঁক ICU লৈ স্থানান্তৰিত কৰা হৈছিল।

অসহনীয় বিষত ভুগি থকা স্বত্বেও ৰিজৱানে শক্তিশালী মানসিকতাৰে ২২ গজৰ যুঁজ খনলৈ সোনকালে উভতি আহিবলৈ সক্ষম হৈছিল। পাকিস্তান খেলখনত পৰাস্ত হোৱা স্বত্বেও, দেশৰ বাবে ৰিজৱানৰ ত্যাগ নিঃসন্দেহে চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

প্ৰাপ্তবয়স্ক যুৱতীয়ে ইচ্ছা কৰিলে বিবাহিত পুৰুষৰ সৈতে লিভ-ইন সম্পৰ্কত থাকিবই পাৰে : মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়

August 26, 2025 7:27 am
আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

আপুনি জানেনে যে এমিনো এচিডে ওজন কমাবলৈ যাদুৰ দৰে কাম কৰে?

August 26, 2025 6:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

‘অপাৰেচন কালানেমী! উত্তৰাণ্ডত গ্ৰেপ্তাৰ ৩০০ৰো অধিক ভণ্ড ‘বাবা’

August 26, 2025 9:47 am
বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

বনতৰা বন্যপ্ৰাণী কেন্দ্ৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্তৰ বাবে এছ আই টি গঠন উচ্চতম ন্যায়ালয়ৰ

August 26, 2025 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd