• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-নেপাল সীমান্তত নেপালী আৰক্ষীৰ গুলীত ভাৰতীয় কৃষকৰ মৃত্যু; দুজন আঘাতপ্ৰাপ্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2020 2:24 pm
ঘটনাস্থলীত বিহাৰ আৰক্ষী

ঘটনাস্থলীত বিহাৰ আৰক্ষী

1.3k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু নেপালৰ মাজত চলি থকা সীমা বিবাদৰ সময়তে বিহাৰৰ সীমামাৰহি জিলাৰ ভাৰত-নেপাল সীমান্তত নেপালী আৰক্ষীয়ে কৰা গুলীচালনাত এগৰাকী ভাৰতীয় লোকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী আঘাতপ্ৰাপ্ত হয়।

মৃত্যু হোৱা ভাৰতীয় লোক গৰাকীয়ে নিজৰ খেতিপথাৰত কাম কৰি থকা সময়তে নেপালৰ ফালৰ পৰা অহা গুলীয়ে বুকু ভেদ কৰি যায়।

মৃত্যু হোৱা ভাৰতীয় লোক গৰাকী জনন নগৰ তোলি লালবান্দিৰ নাগেশ্বৰ ৰায়(২৫) বুলি চিনাক্ত কৰা হৈছে।

নেপালৰ ফালৰ পৰা গুলীচালনা কৰা হৈছে বুলি বিহাৰ চেক্টৰত কৰ্মৰত সসস্ত্ৰ সীমা বলৰ জোৱানে প্ৰকাশ কৰে।

গাঁও বাসীয়ে জনোৱা মতে, নেপালী আৰক্ষীয়ে প্ৰায় ১৭ ৰাউণ্ড গুলী ভাৰতীয় ভূখণ্ডলৈ লক্ষ্য কৰি চলায়।

বিগত সময়ছোৱাত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লিপুলেখ আৰু ধাৰচুলা সংযোগী ৮০ কিলোমিটাৰ দৈৰ্ঘৰ পথ উদ্বোধন কৰাৰ পাছতে ভাৰত আৰু নেপালৰ মাজত সীমা বিবাদ বৃদ্ধি পায়।

আনহাতে, ১১ জুনতো নেপালী প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে আলোচনা আৰু কূটনৈতিক প্ৰচেষ্টাৰ দ্বাৰা ভাৰতে দখল কৰিলোৱা নেপালৰ ভূখণ্ড ঘুৰাই লোৱা হ’ব বুলি মন্তব্য কৰিছিল।

Recent News

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

বিহাৰৰ ৰাজনীতিত তোলপাৰ : পুত্ৰ তেজ প্ৰতাপক দল আৰু নিজৰ পৰিয়ালৰ পৰা বহিষ্কাৰ লালু প্ৰসাদ যাদৱৰ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

কেৰালাৰ ১০ কোটি টকাৰ সাহায্য তুৰ্কীলৈ: ‘অপাৰেচন সিন্দূৰ’ৰ পিছত পিনাৰাই চৰকাৰক কটাক্ষ শশী থাৰুৰৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

পাকিস্তানৰ ৰাষ্ট্ৰপতিৰ কন্যাৰ কনভয়ত প্ৰতিবাদকাৰীৰ আক্ৰমণ; কোনোমতে প্ৰাণৰক্ষা আছিফা জৰ্দাৰীৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

‘ইউনুছে আমেৰিকাৰ ওচৰত বাংলাদেশক বিক্ৰী কৰি দিছে’, বিস্ফোৰক দাবী শ্বেখ হাছিনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd