• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত পৱনদ্বীপ ৰাজন; সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 5, 2025 2:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে ইণ্ডিয়ান আইডলৰ বিজয়ী জনপ্ৰিয় কণ্ঠশিল্পী পৱনদ্বীপ ৰাজন। বাতৰি অনুসৰি, সোমবাৰে পুৱাৰ ভাগত আহমেদাবাদৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা। অৱশ্যে পৱনদ্বীপ কিয় এনেদৰে আঘাতপ্ৰাপ্ত হয় সেয়া সঠিকভাৱে স্পষ্ট হোৱা নাই।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কেইবাটাও ভিডিঅ’। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দেখা গৈছে কন্ঠশিল্পীগৰাকীক। তেওঁৰ আঘাত যথেষ্ট গুৰুতৰ।

এই সন্দৰ্ভত পৱনদ্বীপৰ দলৰ পৰা এই পৰ্যন্ত কোনো আনুষ্ঠানিক মন্তব্য দিয়া হোৱা নাই। স্বাভাৱিকতে অনুৰাগীৰ মাজত উদ্বিগ্নতাও বৃদ্ধি পাইছে। তেওঁৰ আশু আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে।

২০২১ চনত ইণ্ডিয়ান আইডল বিজয়ী পৱনদ্বীপে অৰুণিতা কাঞ্জিলালক পৰাস্ত কৰি শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে। পাহাৰীয়া পবনৰ গীতত সকলো দেশবাসী মুগ্ধ হৈ পৰে। পৱনদ্বীপ উত্তৰাখণ্ডৰ সন্তান। তেওঁ পৰম্পৰাগত সংগীত শিকিব পৰা নাছিল। অৱশ্যে গান গোৱাৰ উপৰিও কেইবাটাও বাদ্যযন্ত্ৰ বজাবলৈও তেওঁ সক্ষম।

অৰুণিতা কাঞ্জিলালৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আৰম্ভণিৰে পৰা চলি আছে। পৱনে অসমীয়া, বাংলা গীতো গাব পাৰে। অসমত তেওঁ বহু সাংস্কৃতিক অনুষ্ঠানো  কৰিছে।

কিছুদিন পূৰ্বে তেওঁৰ জন্মদিনটো অতি ধুমধামেৰে পালন কৰিছিল। তাৰ পিছত এই ঘটনা ঘটিল। তেওঁৰ আশু আৰোগ্যৰ বাবে অনুৰাগীসকলে প্ৰাৰ্থনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

September 7, 2025 1:32 pm
জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

September 7, 2025 1:23 pm
কংগ্ৰেছে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? সিদ্ধান্ত হ’ল ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত

কংগ্ৰেছে কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব? সিদ্ধান্ত হ’ল ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকত

September 7, 2025 12:46 pm
ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

ৰাষ্ট্ৰপতি ভৱনত হঠাতে মুৰ্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ, আলোচনাৰ বিষয়বস্তুক লৈ জল্পনা-কল্পনা

September 7, 2025 12:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

ৰহস্যৰ আৱৰ্তত গুৱাহাটীৰ বৰবাৰীৰ গেষ্ট হাউছত উদ্ধাৰ এটি নাবালক আৰু এজন যুৱকৰ মৃতদেহ

September 7, 2025 1:32 pm
জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

জুবিন গাৰ্গক প্ৰতিভা প্ৰকাশৰ মঞ্চ দিছিল জয়ন্ত মল্লবৰুৱাই! মন্ত্ৰীৰ দাবীত নেটিজেনৰ মাজত হাঁহিৰ খোৰাক

September 7, 2025 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd