• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংঘাত বৃদ্ধি! এইবাৰ ভাৰতেও দক্ষিণ চীন সাগৰত মোতায়েন কৰিলে যুদ্ধজাহাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 31, 2020 8:04 am
INS_Kursura_(S20)_underway

ভাৰতীয় যুদ্ধজাহাজ। ফাইল ফটো: উইকিপিডিয়া

453
VIEWS
Share on FacebookShare on Twitter

ভাৰত-চীন সংঘাতৰ নতুন ইংগিত বহন কৰি দেওবাৰে ভাৰতেও দক্ষিণ চীন সাগৰত মোতায়েন কৰিলে যুদ্ধজাহাজ।

চীনৰ আপত্তিক কেৰেপ নকৰি ভাৰতে নিজৰ স্থিতি প্ৰদৰ্শন কৰিলে।

স্বাভাৱিকতে কেইদিনমান পূৰ্বে  চীফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱাটে কৈছিল যে সকলো পথ বন্ধ হৈ পৰিলে সেনাৰ সঞ্চালনেই শেষ উপায়।

বাতৰি অনুসৰি, ভাৰতীয় নৌসেনাৰ ফালৰ পৰা এখন অত্যাধুনিক যুদ্ধজাহাজ দক্ষিণ চীন সাগৰত মোতায়েন কৰা হৈছে।

এইক্ষেত্ৰত চীনৰ ফালৰ পৰা তীব্ৰ আপত্তি জনোৱা হৈছিল যদিও ভাৰতে তাৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই।

আনহাতে, সেই স্থানত মোতায়েন হৈ থকা আমেৰিকাৰ যুদ্ধজাহাজসমূহৰ সৈতে ভাৰতীয় নৌসেনাৰ বিষয়াসকলে যোগাযোগ অব্যাহত ৰাখিছে।

ভাৰতৰ এই শেহতীয়া স্থিতিত গভীৰ চিন্তাত পৰিছে বেইজিং।

ইপিনে, চীনে দক্ষিণ চীন সাগৰৰ প্ৰায় ৯০ শতাংশ নিজৰ বুলি দাবী কৰি আহিছে। আনকি, ২০০৯চনৰ পৰা ইয়াত তেওঁলোকে কৃত্ৰিম দ্বীপো নিৰ্মাণ কৰিছে।

চীনৰ এনে কাৰ্যকলাপৰ বাবে দেশখনে ফিলিপাইনছ, জাপান, ভিয়েটনামকে ধৰি কেইবাখনো দেশৰ সৈতে সংঘাতত লিপ্ত হৈ পৰিছে।

দক্ষিণ চীন সাগৰৰ আমেৰিকাৰ বৃহৎ বাণিজ্যিক পথটোত বাধা দিব লাগিলে আমেৰিকাৰ নৌবহৰসমূহক নিয়ন্ত্ৰণ কৰিব লাগিব চীনে।

কিন্তু আমেৰিকাৰ দৰে ভাৰতেও এতিয়া তাত যুদ্ধজাহাজ মোতায়েন কৰাৰ পাছত স্বাভাৱিকতে অস্বস্তিত পৰিছে চীন।

Recent News

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অম্বুবাচী ২০২৫: গুৱাহাটী মহানগৰত ২২-২৫ জুন লৈ বিশেষ পৰিবহণ বিধি জাৰি

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

অসমত জিন্নাৰ ৰাজনীতি নচলিব! সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ গৌৰৱ গগৈৰ   

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd