• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গভীৰ বনাঞ্চলত হিংস্ৰ বাঘ, সিংহৰ মাজত নিৰাপত্তাৰক্ষী নোহোৱাকৈ কি কৰিছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

এন ই নাও নিউজ by এন ই নাও নিউজ
August 10, 2019 10:32 am
Modi-man-vs-wild

নৰেন্দ্ৰ মোদী

1.1k
VIEWS
Share on FacebookShare on Twitter

ডিছক’ভাৰী চেনেল যোগে সম্প্ৰচাৰিত হোৱা বিশ্বপ্ৰসিদ্ধ ম্যান ভাৰ্ছেছ ৱাইল্ড অনুষ্ঠানৰ এটা নতুন সংস্কৰণত ১২ আগষ্টত বিয়েৰ গ্ৰীলছৰ সৈতে দেখা যাব বিশ্বৰ সৰ্ববৃহৎ গনতান্ত্ৰিক দেশ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক।

উৎস-ইণ্টাৰনেট

ইতিমধ্যে ১২ আগষ্টত সম্প্ৰচাৰিত হ’বলগীয়া সংস্কৰণটোৰ দ্বিতীয়টো ট্ৰেইলৰ মুকলি কৰি দিয়া হৈছে।

দ্বিতীয়টো ট্ৰেইলৰত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সচৰাচৰ দেখি অহা কঠোৰ নিৰাপত্তা বেষ্টনীৰ পৰা আতৰত বিয়েৰ গ্ৰীলছৰ সৈতে উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যানৰ গভীৰ অৰণ্যৰ মাজত দেখিবলৈ পোৱা গৈছে।

উৎস-ইণ্টাৰনেট

বনত বনৰীয়া হিংস্ৰ্ৰ জীৱ-জন্তু বাঘ, সিংহ, হাতী আদিৰ মুক্ত বিচৰণ তথাপি নিজৰ নিৰাপত্তাক লৈ শংকিত হোৱা নাই মোদী। বিয়েৰ গ্ৰীলছৰ প্ৰশ্নৰ উত্তৰত তেওঁ কৈছে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি বনাঞ্চলক আমি বিপদজনক হিচাপে  ল’ব নালাগে, প্ৰকৃতিৰ বিৰুদ্ধে গ’লে মানুহো বিপদজনক হৈ উঠে।

উৎস-ইণ্টাৰনেট

ভিদিঅ’টোত মোদীক গ্ৰীলছৰ সৈতে বৰষুণত তিতি নদীৰ পাৰত বহি কথোপকথনত ভাগ লোৱাও দেখা গৈছে।

উল্লেখযোগ্য যে, ১২ আগষ্টত বিশ্বজুৰি প্ৰচাৰ হ’বলগীয়া ম্যান ভাৰ্ছেছ ৱাইল্ডৰ সংস্কৰণটোৰ পাছত ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহলৈ বিদেশী পৰ্যটনকৰ আগমনৰ সম্ভাৱনা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

 

Recent News

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

কেনিয়াত হিংসাত্মক প্ৰতিবাদ : নাইৰোবিত ১১ জন নিহত, ৫৬৭ জন গ্ৰেপ্তাৰ

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

৯ জুলাইৰ শ্ৰমিক সংগঠনৰ ধৰ্মঘটলৈ ডি ৱাই এফ আইৰ পূৰ্ণ সমৰ্থন

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd