• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 30, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 30, 2025 4:39 pm
53
VIEWS
Share on FacebookShare on Twitter

যাত্ৰীৰ সুবিধাৰ্থে ভাৰতীয় ৰে’লৱেই যাত্ৰাৰ পূৰ্বে টিকট নিশ্চিতকৰণৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে। বৰ্তমান যাত্ৰাৰ ৪ ঘণ্টা পূৰ্বে সংৰক্ষিত ডবাৰ টিকটৰ তালিকা প্ৰস্তুত কৰা হয়, কিন্তু ইয়াৰ বাবে বহু যাত্ৰীয়ে শেষ মুহূৰ্তলৈকে নিজৰ টিকট নিশ্চিত হ’ল নে নাই, সেই লৈ অনিশ্চয়তাত ভোগে।

এই সমস্যাৰ সমাধানৰ বাবে ৰে’লৱে নতুন ব্যৱস্থা ৰূপায়ণ কৰিছে। এই ব্যৱস্থাৰ অধীনত ৰে’লযাত্ৰাৰ ২৪ ঘণ্টা পূৰ্বে টকটৰ তালিকা প্ৰস্তুত কৰা হ’ব। এই নতুন ব্যৱস্থাৰ পৰীক্ষা ৰাজস্থানৰ বিকানেৰ সংমণ্ডলত পৰীক্ষামূলক ভাবে আৰম্ভ কৰা হৈছে। এই পৰীক্ষা সফল হ’লে সমগ্ৰ দেশজুৰি এই ব্যৱস্থা পৰ্যায়ক্ৰমে প্ৰয়োগ কৰা হ’ব।

এই নতুন ব্যৱস্থা অনুসৰি, দুপৰীয়া ২ বজাৰ ভিতৰত যাত্ৰা কৰা ৰে’লসমূহৰ টিকট চাৰ্ট পূৰ্বৰ দিনটোৰ নিশা ৯ বজাৰ ভিতৰত সাজু হ’ব। আন ৰে’লসমূহৰ ক্ষেত্ৰত যাত্ৰাৰ ৮ ঘণ্টা আগতেই চাৰ্ট প্ৰস্তুত কৰা হ’ব।

সেই উদ্দেশ্যে যাত্ৰী সংৰক্ষণ ব্যৱস্থা (PRS) আধুনিকীকৰণ কৰা হৈছে। ফলস্বৰূপে, এতিয়া প্ৰতি মিনিটত ১ লাখ ৫০ হাজাৰ লোকে টিকট ক্ৰয় কৰিব পাৰিছে, যি পূৰ্বতকৈ পাঁচগুণ বেছি। লগতে, প্ৰতি মিনিটত ৪০ লাখ লোকে টিকট সম্পৰ্কীয় সোধা-পোছা কৰিব পৰা ক্ষমতা লাভ কৰিছে, যিটো পূৰ্বতকৈ ১০ গুণ বৃদ্ধি পাইছে।

Recent News

আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী

আকৌ নকল সোণৰ ৰমৰমীয়া বেহা : ধুবুৰীত ৮০০ গ্ৰাম নকল সোণ জব্দ, আটক ৩ সৰবৰাহকাৰী

ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য

ৰে’লযাত্ৰীসকলৰ বাবে সুখবৰ: ১ জুলাইৰ পৰা যাত্ৰাৰ ৮ ঘণ্টা আগতেই যাত্ৰীয়ে লাভ কৰিব টিকট নিশ্চিতকৰণৰ তথ্য

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

নতুন আঞ্চলিক গোট গঠনৰ দিশে আগবাঢ়িছে চীন-পাকিস্তান! ছাৰ্কৰ ঠাই লোৱাৰ সম্ভাৱনা…

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

জাবৰ ট্ৰাকত উদ্ধাৰ মহিলাৰ মৃতদেহ! বেংগালুৰুত লিভ ইন পাৰ্টনাৰক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ব্যক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd