• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্দেশনা স্বত্বেও ইউক্ৰেইন এৰিবলৈ অনিচ্ছুক; কেন্দ্ৰৰ নীতিকে দোষাৰোপ ভাৰতীয় শিক্ষাৰ্থীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2022 8:09 am
ইউক্রেইনত ভাৰতীয় শিক্ষাৰ্থী। ফাইল ফটো।

ইউক্রেইনত ভাৰতীয় শিক্ষাৰ্থী। ফাইল ফটো।

142
VIEWS
Share on FacebookShare on Twitter

Indian students refuse to leave Ukraine ইউক্ৰেইনৰ ভাৰতীয় দূতাবাসে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ বৃদ্ধি পোৱাৰ আশংকা কৰি ভাৰতীয়সকলক এক নিৰ্দেশনা জাৰি কৰিছে। দূতাবাসে বাৰে বাৰে কৈছে যে ভাৰতীয়সকলে লগে লগে ইউক্ৰেইন এৰি যোৱা উচিত। কিন্তু বাৰে বাৰে নিৰ্দেশনা দিয়া স্বত্বেও ভাৰতীয়সকলৰ এটা অংশই ইউক্ৰেইন এৰিবলৈ অনিচ্ছুক। তেওঁলোকৰ বেছিভাগেই চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থী। তেওঁলোকে দাবী কৰে যে এই পৰিস্থিতিত অধ্যয়ন এৰি দেশলৈ উভতি অহাটো সম্ভৱ নহয়।

লিভিভ মেডিকেল ইউনিভাৰ্চিটি (ইউক্ৰেইন)ৰ এজন শিক্ষাৰ্থীয়ে কৈছে যে অধ্যয়নটো এৰি যোৱাটো সম্ভৱ নহয়। নাম প্ৰকাশত অনিচ্ছুক এজন শিক্ষাৰ্থীয়ে কয় যে তেওঁ তেওঁৰ বন্ধুবৰ্গৰ সৈতে কেইদিনমানৰ বাবে চুবুৰীয়া হাংগেৰীত থাকিব।

লগতে পঢ়ক: হিংসাজৰ্জৰ পাকিস্তানতকৈও কম সুৰক্ষিত ভাৰত! আটাইতকৈ বেয়া পৰিস্থিতি আফগানিস্তানৰ

তেওঁ কয়, “আমি প্ৰায় সাত মাহ ধৰি সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। মাত্ৰ এমাহ আগতে আমি ইউক্ৰেইনলৈ উভতি আহিছো। কোনোমতে ঘৰৰ মানুহক বুজাই প্ৰায় এক লাখ টকা খৰচ কৰি পঢ়া শুনা সম্পূৰ্ণ কৰিবলৈ মই ইউক্ৰেইনলৈ ঘূৰি আহিছো। গতিকে আমাৰ সন্মুখত উভতি যোৱাৰ কোনো উপায় নাই।”

কিন্তু চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলে কিয় তেওঁলোকৰ জীৱনৰ বিপন্ন কৰি ইউক্ৰেইনত থাকিব বিচাৰে? ইয়াৰ কাৰণ হৈছে ইউক্ৰেইনলৈ উভতি অহা চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীসকলৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি।

লগতে পঢ়ক: এঞ্জেলিনাৰ ‘বিকৃত’ ছবি প’ষ্ট কৰি শাস্তি; কাৰাগাৰৰ পৰা ওলাই যুৱতীৰ উপলব্ধি-‘ভাল নহয় সস্তীয়া খ্যাতি’

কেইদিনমান পূৰ্বে নেশ্যনেল মেডিকেল কমিশ্যনে কৈছিল যে অনলাইন ক্লাছৰ জৰিয়তে ডিগ্ৰী লাভ কৰিলে তাক ভাৰতত স্বীকৃতি দিয়া নহ’ব। ফলস্বৰূপে ইউক্ৰেইনৰ চিকিৎসা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে দেশখনলৈ উভতি আহি পঢ়া-শুনা অব্যাহত ৰাখিবলৈ বাধ্য হয়।

শিক্ষাৰ্থীসকলে ইতিমধ্যে ইউক্ৰেইনত পঢ়িবলৈ বহুত টকা ধাৰ লৈছে। ইয়াৰ উপৰিও প্ৰতিকূল পৰিস্থিতিত ইউক্ৰেইনলৈ আহিবলৈ দুগুণতকৈও অধিক ধন ব্যয় কৰিবলগীয়া হৈছে। মুঠতে ভাৰতীয় শিক্ষাৰ্থীসকলে ইউক্ৰেইন এৰিবলৈ অনিচ্ছুক। তেওঁলোকৰ মতে, তেওঁলোকে পঢ়া শুনা সম্পূৰ্ণ নকৰাকৈ ভাৰতলৈ উভতি নাহে। যদি তেনে হয়, তেওঁলোকৰ কফিনবোৰহে ঘৰলৈ ঘূৰি আহিব।

লগতে পঢ়ক: যুৱতীক ঘৰলৈ আনি যৌন ব্যৱসায়! প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, নিলম্বিত আমোলা

ভাৰতীয় দূতাবাসে সকলোকে এই সপ্তাহত দুবাৰকৈ ইউক্ৰেইন এৰি যাবলৈ নিৰ্দেশ দিছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ ফলস্বৰূপে ভাৰতীয় শিক্ষাৰ্থীসকলে তেওঁলোকৰ জীৱনৰ মূল্য দি হ’লেও ইউক্ৰেইনতে থাকিব বিচাৰে।

Recent News

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

অসমকে ধৰি দেশৰ ৮ ৰাজ্যত পাকিস্তানৰ চোৰাংচোৱাৰ বিৰুদ্ধে NIAৰ বৃহৎ অভিযান

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বানে! হিমন্ত বিশ্ব শৰ্মাক অসমৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

“বিশ্বাস কৰা মা-দেউতা, তোমালোকেই মোৰ পৃথিৱী”, সামাজিক মাধ্যমত হৃদয় বিদাৰক পোষ্ট ‘ত্যাজপুত্ৰ’ তেজ প্ৰতাপৰ

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd