• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Asian Games 2023: মহিলা কাবাডীত চীনা টাইপেইক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰিলে ভাৰতে

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2023 9:07 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

228
VIEWS
Share on FacebookShare on Twitter

আৰম্ভণিৰে পৰা কাবাডী খেলত ভাৰতে আধিপত্য বিস্তাৰ কৰি আহিছে। বিশ্বকাপৰ পৰা এছিয়াডলৈ ভাৰত মানে কাবাডীত সোণ। এটা এছিয়াডত ব্যতিক্ৰম হোৱাৰ পিছত পুনৰ ভাৰতীয় কাবাডীৰ শিৰত উজলিল সোণৰ মুকুট।

একেৰাহে দুখন এছিয়াডত মহিলা কাবাডীত সোণৰ পদক জয় কৰাৰ পাছত জাকার্টাত অনুষ্ঠিত হোৱা অন্তিমখন এছিয়াডৰ ফাইনেলত ইৰাণৰ হাতত পৰাস্ত হৈছিল ভাৰতীয় মহিলা দলটো।

এইবাৰভাৰতীয় মহিলা কাবাডী দলে ফাইনেলত চীনা টাইপেইক ২৬-২৫ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদক লাভ কৰে। এই মেচখন আছিল অতি তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক। এটা সময়ত সকলোৱে মানসিক চাপত পৰি গৈছিল। শেষত ভাৰতীয় মহিলা দলে স্নায়ু যুঁজত উত্তীৰ্ণ হ’ল।

লগতে পঢ়কঃ কূটনীতিবিদসকলক ভাৰতৰ পৰা ছিংগাপুৰ আৰু মালয়েছিয়ালৈ স্থানান্তৰিত কৰিলে কানাডাই

চীনা টাইপেইক পৰাস্ত কৰি ভাৰতে আজি সোণৰ পদক অৰ্জন কৰিলে। সমগ্ৰ বিশ্বই দেখিলে এক বৃহৎ যুঁজ। ভাৰতে ১০০ সংখ্যক পদকটো স্বৰ্ণ পদকেৰে  পূৰ্ণ কৰিলে। ভাৰতীয় মহিলা কাবাডী খেলুৱৈৰ পৰাক্ৰমেৰে ভাৰতে লাভ কৰিলে আৰু এটা সোণৰ পদক ।

আজিৰ খেলখনত হাফ টাইমলৈকে ভাৰতীয় মহিলা দলে ১৪-৯ ব্যৱধানত অগ্ৰগতি লাভ কৰি আছিল।

ভাৰতীয় মহিলা কাবাডী দলে ছেমি ফাইনেলত নেপালক ৬১-১৭ ব্যৱধানত পৰাস্ত কৰি সোণৰ পদকৰ দৌৰত ফাইনেলত উঠিছিল।

লগতে পঢ়কঃ চাণক্য বাণীৰে চিনাক্ত কৰক জীৱনৰ শত্ৰু: গঢ় দিয়ক সফল জীৱন

মহিলা কাবাডীত যোৱা বছৰৰ স্বৰ্ণ বিজয়ী আৰু এইবাৰৰ হট ফেভাৰিট ইৰাণক পৰাস্ত কৰি ফাইনেলত ভাৰতৰ মুখামুখি হৈছিল চীন।

Recent News

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd