• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশ ফাতিমা বিবিৰ দেহাৱসান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2023 7:38 pm
প্ৰয়াত দেশৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ ফাতিমা বিবি।

প্ৰয়াত দেশৰ প্ৰথমগৰাকী উচ্চতম ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ ফাতিমা বিবি।

1.4k
VIEWS
Share on FacebookShare on Twitter

দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা ন্যায়াধীশৰ দেহাৱসান ঘটিছে। তেওঁ ন্যায়াধীশ ফাতিমা বিবি। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৬ বছৰ। আনহাতে, তেওঁ আছিল প্ৰথমগৰাকী মুছলমান মহিলা ন্যায়াধীশো। ভাৰতৰ প্ৰায় ৭ দশকৰ ইতিহাসত এতিয়ালৈকে এনে মাত্ৰ ৮ গৰাকী মহিলাইহে ন্যায়পালিকাত যোগদান কৰিছে।

১৯২৭ চনৰ ৩০ এপ্ৰিলত কেৰালাত জন্মগ্ৰহণ কৰিছিল ফাতিমা বিবি। ডাঙৰ হোৱাৰ পিছত দেউতাকে তেওঁক আইন পঢ়িবলৈ পৰামৰ্শ দিছিল। ১৯৫০ চনত বাৰ কাউন্সিলৰ পৰীক্ষাত তেওঁ শীৰ্ষস্থান দখল কৰিছিল। আনকি তেওঁ বাৰ কাউন্সিলৰ প্ৰথমগৰাকী মহিলা স্বৰ্ণ পদক বিজয়ী।

লগতে পঢ়কঃ মহুৱা কাণ্ডৰ প্ৰভাৱ! ‘ডিজিটেল সংসদ’ পৰ্টেলত সাংসদ সহায়কৰ ব্যৱহাৰত অনা হ’ল নিয়ন্ত্ৰণ

তেওঁ কেৰালাতেই অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ১৯৭৪ চনত তেওঁ সত্ৰ ন্যায়াধীশ হয়। ১৯৮০ চনত তেওঁ ইনকম টেক্স এপিলেট ট্ৰিব্যুনেলত যোগদান কৰে। ১৯৮৩ চনত তেওঁ উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে যোগদান কৰে।

ইয়াৰ কেইবছৰমান পিছতে ফাতিমা বিবিয়ে ইতিহাস ৰচনা কৰে। ১৯৮৯ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে মনোনীত হয়। ১৯৯২ চনৰ ২৯ এপ্ৰিলত ফাতিমা বিবিয়ে অৱসৰ গ্ৰহণ কৰে। কেৰিয়াৰৰ শেষ দিনটোলৈকে তেওঁ এই পদত কাম কৰি আছিল।

অৱসৰৰ পিছতো তেওঁ কৰ্ম আৰু দায়িত্বৰ পৰা ছুটী লোৱা নাছিল। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ মনোনীত সদস্য আছিল। লগতে তামিলনাডুৰ ৰাজ্যপালৰ দায়িত্বও চম্ভালিছিল। অৱশ্যে তেওঁ তামিলনাডুৰ ৰাজ্যপাল পদ ত্যাগ কৰে।

লগতে পঢ়কঃ আধা ঘন্টা পলমকৈ হাজিৰ হৈছিল আদালতত; ২ ঘণ্টাৰ বাবে ঘাঁহ কটাৰ শাস্তি দুই আৰক্ষীক!

উল্লেখ্য যে ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ চাৰি অভিযুক্তই তেওঁৰ ওচৰত দয়াভিক্ষা বিচাৰি আবেদন জনোৱাত তেওঁ তামিলনাডুৰ ৰাজ্যপালৰ পদৰ পৰা পদত্যাগ কৰে।

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd