• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহুৱা কাণ্ডৰ প্ৰভাৱ! ‘ডিজিটেল সংসদ’ পৰ্টেলত সাংসদ সহায়কৰ ব্যৱহাৰত অনা হ’ল নিয়ন্ত্ৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 23, 2023 6:52 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহুৱা মৈত্ৰক কেন্দ্ৰ কৰি উৎকোচৰ বিনিময়ত সংসদত প্ৰশ্ন কৰাক লৈ আৰম্ভ হৈছিল বিতৰ্কৰ। তেওঁৰ বিৰুদ্ধে সংসদ পৰ্টেলৰ পাছৱৰ্ড ব্যৱসায়ী দৰ্শন হিৰানন্দানীক দিয়াৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, সংসদত প্ৰশ্ন উত্থাপন কৰিবলৈ তেওঁ মহুৱাৰ নামত পৰ্টেলত প্ৰশ্ন আপলোড কৰিছিল। সেই ঘটনাৰ অভিযোগক কেন্দ্ৰ কৰি ৰাষ্ট্ৰীয় ৰাজনীতি তোলপাৰ লগাৰ বাবে সংসদৰ ডিজিটেল সাংসদ পৰ্টেলৰ কিছু নিয়ম সলনি কৰা হৈছে।

বাতৰি অনুসৰি, লোকসভাত সাংসদসকলৰ সহায়ক বা বিশেষ সহায়কসকলক ডিজিটেল সাংসদ পৰ্টেল বা এপটোৰ ব্যৱহাৰত নিয়ন্ত্ৰণ কৰা হৈছে। ফলত সংসদৰ সহায়ক বা বিশেষ সহায়কসকলে সেই এপ বা পৰ্টেলত আগৰ দৰে বহুতো কাম কৰিব নোৱাৰে। ফলত এতিয়াৰ পৰা কেৱল সাংসদসকলেহে সাংসদসকলৰ প্ৰশ্নৰ বাবে জাননী দাখিল কৰিব পাৰিব, তেওঁলোকৰ সহায়ক বা বিশেষ সহায়কসকলে নহয়। লগতে সাংসদসকলৰ ভ্ৰমণ বিলো পৰ্টেলত আপলোড কৰিব লাগিব।

লগতে পঢ়কঃ আধা ঘন্টা পলমকৈ হাজিৰ হৈছিল আদালতত; ২ ঘণ্টাৰ বাবে ঘাঁহ কটাৰ শাস্তি দুই আৰক্ষীক!

Apply Now

ইপিনে, ২০১৯ চনৰ পি আৰ এছ লেজিছলেটিভ ৰিচাৰ্চৰ প্ৰতিবেদনত কোৱা হৈছে যে লোকসভাৰ ৭৫ শতাংশ সাংসদৰ অন্ততঃ স্নাতক ডিগ্ৰী আছে। ১০ শতাংশই মাধ্যমিক ডিগ্ৰী লাভ কৰিছে। পৰ্টেলটোত বিশেষ সহায়কসকলে একো কৰিব নোৱাৰাৰ বাবে বহু সাংসদ অস্বস্তিত পৰিব নেকি তাক লৈয়ো প্ৰশ্ন উত্থাপিত হৈছে।

আনহাতে, ডিজিটেল সংসদৰ নতুন নিয়ম অনুসৰি সাংসদসকলৰ নিযুক্তিপ্ৰাপ্ত সহায়কসকলে এতিয়া জাননীৰ খচৰা প্ৰস্তুত কৰিব পাৰিব। কিন্তু সেই জাননী কেৱল সাংসদসকলেহে দাখিল কৰিব পাৰিব। অৱশ্যে ডিজিটেল সংসদ পৰ্টেলত সহায়ক বা বিশেষ সহায়কসকলৰ নিজা একাউণ্ট আছে। তাত OTP আহিব তেওঁলোকৰ মোবাইললৈ। সহায়কসকলে সেই একাউণ্টৰ পৰা জাননী দাখিলৰ সুবিধা হেৰুৱাইছে।

লগতে পঢ়কঃ ‘জনতাক টেঁ‌টু চেপা দিয়া কৰ নীতিৰে গণতান্ত্ৰিক অধিকাৰো হৰণৰ চেষ্টা বিজেপি চৰকাৰৰ’

বৰ্তমানৰ নিয়ম অনুসৰি ডিজিটেল সংসদ একাউণ্টত লগ ইন কৰিলে অ’টিপি সহায়কসকলৰ মোবাইললৈ প্ৰেৰণ কৰা হ’ব। জাননী দাখিল কৰাৰ সময়ত আন এটা অ’টিপি সৃষ্টি হ’ব। বৰ্তমান সহায়কসকলৰ একাউণ্টৰ পৰা মেচেজ টেবটো আঁতৰোৱা হৈছে। যি টেবত ৰাজ্যসভা, লোকসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদন আছিল। সেইবোৰ সাংসদসকলৰ ইমেইলত আহিছিল। যি ইমেইলটো সেই টেবটো সংলগ্ন কৰা আছিল। অৱশ্যে সেই টেবটো এতিয়া আঁতৰাই দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd