• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন্টাৰকৰ্টিকাত মুকলি হ’ল ভাৰতত তৃতীয়টো ডাকঘৰ : জনশূন্য দেশত বৰফৰ মাজৰ পৰা চিঠি লিখিলে ভাৰতীয় বিজ্ঞানীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 16, 2024 8:35 am
754
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াৰ যুগত চিঠি লিখাৰ পৰম্পৰা নোহোৱা হ’ল। কিন্তু বিজ্ঞানীসকলে এতিয়াও প্ৰায় নিৰ্জন বৰফেৰে আবৃত এন্টাৰ্কটিকাত চিঠি লিখাত বিশ্বাস কৰে। তেওঁলোকৰ মতে চিঠিবোৰ আজীৱন স্মৃতি হিচাপে থাকে। আৰু সেই ধাৰণাটোক সন্মান জনাই ভাৰতীয় ডাকঘৰৰ তৃতীয় শাখাটো এন্টাৰ্কটিকাত মুকলি কৰা হয়।

যোৱা ৫ এপ্ৰিলত ৰাষ্ট্ৰীয় মেৰু আৰু মহাসাগৰীয় গৱেষণা কেন্দ্ৰৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত মহাৰাষ্ট্ৰ চক্ৰৰ মুখ্য ডাক মাষ্টাৰ জেনেৰেল কে কে শৰ্মাই এই নতুন ডাকঘৰটো উদ্বোধন কৰে। এন্টাৰ্কটিকাৰ এই নতুন ডাকঘৰৰ নাম দিয়া হৈছে ‘গংগোত্ৰী’। ইয়াৰ পিনকোড ‘MH 1718’ হিচাপে ৰখা হয়।

মন কৰিবলগীয়া যে ভাৰতৰ প্ৰায় ৫০ৰ পৰা ১০০জন বিজ্ঞানীয়ে জনবসতিহীন বৰফেৰে আবৃত এন্টাৰ্কটিকাত গৱেষণা কৰিছিল। এন্টাৰ্কটিকা অপাৰেচনৰ গ্ৰুপ ডাইৰেক্টৰ শৈলেন্দ্ৰ ছাইনীয়ে কয় যে আমাৰ বিজ্ঞানীসকল ছ’চিয়েল মিডিয়াৰ সৈতে সংযুক্ত, তথাপিও তেওঁলোকে চিঠিৰ জৰিয়তে পৰিয়ালৰ সৈতে যোগাযোগত থকাটো পছন্দ কৰে। গতিকে তেওঁলোকে এই তৃতীয় ডাকঘৰৰ জৰিয়তে বছৰত এবাৰকৈ সকলো চিঠি সংগ্ৰহ কৰি গোৱাৰ মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিব বিচাৰে। এই কাৰ্যালয়লৈ চিঠি আহিলে বিজ্ঞানীসকলৰ পৰিয়াললৈ চিঠি প্ৰেৰণ কৰা হ’ব।

১৯৮৪ চনত এন্টাৰ্কটিকাত প্ৰথমটো ডাকঘৰ মুকলি কৰা হয়। ইয়াৰ নাম ‘দক্ষিণ গংগোত্ৰী’। এই ডাকঘৰত এবছৰত প্ৰায় ১০ হাজাৰ আদান প্ৰদান হৈছিল। কিন্তু দক্ষিণ গংগোত্ৰী জাহাজখন বৰফত ডুব যোৱাৰ পিছত ১৯৮৮-৮৯ চনত এই ডাকঘৰ বন্ধ কৰি দিয়া হৈছিল। ১৯৯০ চনত এন্টাৰ্কটিকাত দ্বিতীয়টো ডাকঘৰৰ শাখা ‘মৈত্ৰী’ মুকলি কৰা হয়।

Recent News

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd